সোণাৰিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী। স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আজি সোণাৰিতো ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী পালন কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিয়ে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু সোণাৰি সমষ্টিৰ আটাইকেইটা মণ্ডল যুৱ মৰ্চাৰ সহযোগত আয়োজিত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী শুভাৰম্ভ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Share Market Strategy: आने वाले साल में यहां होगी निवशकों की बंपर कमाई, जान लें कहां मिलेगा Return?
Share Market Strategy: आने वाले साल में यहां होगी निवशकों की बंपर कमाई, जान लें कहां मिलेगा Return?
palanpur exidant
પાલનપુર હાઇવેપર કાર ચાલકે સ્ટેરીંગ પરનો કાબુ ગુમાવતા અકસ્માત સર્જાયો
সৰুপথাৰত প্ৰথমবাৰৰ বাবে অস্ত্ৰোপচাৰ সেৱা মুকলি
অৱশেষত ধনশিৰি মহকুমা বাসীৰ বাবে আহিল ভাল খৱৰটো। দীৰ্ঘ বছৰৰ পৰা মহকুমা বাসীয়ে ভুগি...
મહેસાણા: આખજ ગામે પાર્ક કરેલી ગાડી એકાએક સળગી ઉઠી, હાજર લોકોમાં દોડધામ
મહેસાણા જિલ્લાના આખજ ગામે વાડીમાં એક સત્કાર સમારોહ યોજાયો હતો. આ સત્કાર સમારોહમાં ગાડી સળગ્યાંની...
सरकार चली गई, लेकिन सत्ता की खुमारी अभी नहीं उतरी, मंत्री गौतम दक ने डोटासरा पर साधा निशाना
टोंक। मुख्यमंत्री भजनलाल शर्मा 30 जून को टोंक आएंगे। 27 जून को भाजपा कार्यकर्ताओं ने तैयारियों का...