মঙ্গলবাৰে পুৱা ঢকুৱাখনাৰ হুজগাঁৱৰস্থিত মায়ামৰা কালজয় সত্ৰৰ পৰা প্ৰভাত ফেৰি এক ৰেলি উলিওৱা হয়। এই ৰেলি কায্যসূচীত অংশগ্ৰহণ কৰে ঢকুৱাখনা অনুসূচীত জাতিৰ মৰ্চা সভাপতি শ্ৰী ধীৰেন দাস,ঢকুৱাখনা মণ্ডল সভাপতি সুনীল দলে ,অনুসূচীত জাতি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা ঢকুৱাখনা মহকুমাৰ অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ গুৰু গোবিন্দ দাস,ঢকুৱাখনা পৌৰ পতি ৰাজীৱ দাস,ঢকুৱাখনা অনুসূচীত জাতি মৰ্চা মণ্ডল সভাপতি অমীয় দাস,ঢকুৱাখনা পৌৰপতি আয়ুক্ত দিপালি দাসৰ লগতে ঢকুৱাখনা জিলা আৰু মণ্ডল মৰ্চা সকলো বিষয় ববীয়াই এই ৰেলি অংশগ্ৰহণ কৰি সাফল্য মণ্ডিত কৰি তুলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
kota.रोडवेज ने स्कूटी सवार पिता पुत्री को मारी टक्कर,हादसे में स्कूटी सवार कॉलेज छात्रा की मौत
kota.रोडवेज ने स्कूटी सवार पिता पुत्री को मारी टक्कर,हादसे में स्कूटी सवार कॉलेज छात्रा की मौत
21 NOVEMBER 2022 JET NEWS DAMAN
21 NOVEMBER 2022 JET NEWS DAMAN
Airtel 839 Plan vs 869 Plan: डेटा से लेकर कॉलिंग बेनिफिट्स तक, कौन सा प्लान है बेहतर
Airtel अपने कस्टमर्स के लिए बहुत से प्लान लाता है। इन प्लान को आप अपनी जरूरतों के हिसाब से चुन...
শ্বপিয়ানত কাশ্মিৰী হিন্দু যুৱকক গুলিয়াই হত্যা সন্ত্ৰাসবাদীৰ
শ্বপিয়ান, ১৬ আগষ্ট। দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ চোটিগাম অঞ্চলত এজন কাশ্মীৰী হিন্দু যুৱকক...
ભારતીય ટ્રાયબલ પાર્ટી ફતેપુરા તાલુકા દ્વારા મામલતદાર શ્રી ને આપેલ આવેદનપત્ર.
ભારતીય ટ્રાયબલ પાર્ટી ફતેપુરા તાલુકા દ્વારા મામલતદાર શ્રી ને આપેલ આવેદનપત્ર.