মঙ্গলবাৰে পুৱা ঢকুৱাখনাৰ হুজগাঁৱৰস্থিত মায়ামৰা কালজয় সত্ৰৰ পৰা প্ৰভাত ফেৰি এক ৰেলি উলিওৱা হয়। এই ৰেলি কায্যসূচীত অংশগ্ৰহণ কৰে ঢকুৱাখনা অনুসূচীত জাতিৰ মৰ্চা সভাপতি শ্ৰী ধীৰেন দাস,ঢকুৱাখনা মণ্ডল সভাপতি সুনীল দলে ,অনুসূচীত জাতি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা ঢকুৱাখনা মহকুমাৰ অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ গুৰু গোবিন্দ দাস,ঢকুৱাখনা পৌৰ পতি ৰাজীৱ দাস,ঢকুৱাখনা অনুসূচীত জাতি মৰ্চা মণ্ডল সভাপতি অমীয় দাস,ঢকুৱাখনা পৌৰপতি আয়ুক্ত দিপালি দাসৰ লগতে ঢকুৱাখনা জিলা আৰু মণ্ডল মৰ্চা সকলো বিষয় ববীয়াই এই ৰেলি অংশগ্ৰহণ কৰি সাফল্য মণ্ডিত কৰি তুলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিৰঙা বাইক ৰেলী’ত ৪১ হাজাৰ টকাৰ চালান কৰ্তন কৰিলে বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে, যান-জঁটৰ নিয়ম ভংগ কৰিলে।
সাংসদ মনোজ তিৱাৰীক মধ্য দিল্লীৰ লালকিল্লা অঞ্চলত ‘হৰ ঘৰ তিৰঙা’ মটৰ চাইকেল ৰেলীৰ সময়ত...
મહેસાણા : નીતિન પટેલની જગ્યાએ મુકેશ પટેલને ટિકિટ, બેચરાજીથી રજની પટેલનું પત્તું કપાયું
વિધાનસભાની ચૂંટણી જાહેર થયા બાદ આજે ભાજપે ઉમેદવારની પ્રથમ યાદી સત્તાવાર જાહેર કરી દીધી છે. જેમાં...
लॉन्च से पहले ही सामने आ गई Realme C61 की कीमत, 8 हजार रुपये से कम है शुरुआती दाम
रियलमी अपने ग्राहकों के लिए सी सीरीज में Realme C61 फोन ला रहा है। इस फोन की ऑफिशियल लॉन्च डेट 28...
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভয়ংকৰ ভূমিস্খলন
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভয়ংকৰ ভূমিস্খলন
তিনিচুকীয়া জিলাৰ ডুমডুমা বিধান সভা সমষ্টিৰ কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত এক নং হাতীশাল গাওঁৰ পথটোৰ উপৰত দৃষ্টি গোচৰ হবনে চৰকাৰৰ
তিনিচুকীয়া জিলাৰ ডুমডুমা বিধান সভা সমষ্টিৰ কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত এক নং হাতীশাল গাওঁৰ...