দিছপুৰত NEDFI ৰ ২৭তম প্ৰতিষ্ঠা দিৱস উদযাপন, অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব NEDFI Micro Lending আঁচনি, এই আঁচনিৰ যোগেদি ৫০০ৰো অধিক হিতাধিকাৰী উপকৃত হৈছে।

অনুষ্ঠানত কেইবাগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হয় চেক।তদুপৰি ছাত্ৰ-ছাত্ৰীসকলক Handloom School Uniform বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে, NEDFI Haat ৰ এটি ৱেবচাইটো মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে, অগ্নিবীৰ আঁচনিৰ আবেদনকাৰীসকলৰ বাবে এক প্ৰশিক্ষণ শিবিৰৰো শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে, অনুষ্ঠানত উপস্থিত আছে NEDFIৰ মুখ্য পৰিচালন সঞ্চালককে ধৰি বহুকেইগৰাকী বিষয়াবৰ্গ।