আজি ৰাজ্যিক প্ৰশাসনত ব্যাপক সালসলনি কৰে ৰাজ্য চৰকাৰে৷কেইবাজনো জিলা আয়ুক্তৰো সালসলনি ঘটাই৷নলবাৰী জিলাত নতুন আয়ুক্ত হিচাবে বৰ্নালী ডেকাক দায়িত্বভাৰ দিয়ে৷ইয়াৰ আগত বৰ্নালী ডেকা কোকৰাঝাৰৰ উপায়ুক্ত হিচাবে কাৰ্য্যনিৰ্বাহ কৰিছিল৷উল্লেখ কৰিবলগীয়া যে বৰ্নালী ডেকাৰ ঘৰ জিলাখনৰ অন্তৰ্গত মুকালমুৱাত বুলি জানিব পৰা গৈছে৷আনহাতে নলবাৰী জিলাৰ বৰ্তমানৰ আয়ুক্ত গীতিমণি ফুুুকনক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱৰ সচিবৰ দায়িত্ব দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
32MP अल्ट्रा क्लियर सेल्फी कैमरा वाले Oppo F27 5G की पहली सेल हुई लाइव, चेक करें दाम
ओप्पो ने अपने भारतीय ग्राहकों के लिए आर्मर बॉडी वाला फोन Oppo F27 5G लॉन्च किया है। इस फोन को...
🔴২০২৩ চনৰ সাহিত্য অকাডেমীৰ শিশু সাহিত্যৰ পুৰস্কাৰ বড়ো ভাষাত কোকৰাঝাৰৰ হাতীমাথাৰ প্ৰতিমা নন্দী
নাৰ্জাৰীলৈ “গছাইনি গৌজৌন নৌজৌৰ"ভগৱানৰ সুদৃষ্টি চুটিগল্পৰ বাবে আগবঢ়োৱা হৈছে।
🔴২০২৩ চনৰ সাহিত্য অকাডেমীৰ শিশু সাহিত্যৰ পুৰস্কাৰ বড়ো ভাষাত কোকৰাঝাৰৰ হাতীমাথাৰ প্ৰতিমা নন্দী...
এগৰাকী কিশোৰীৰ মৃত্যুক লৈ চাবুৱাৰ বালিজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
শুই থকা অৱস্থাতে এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি চাবুৱাৰ বালিজান চাহ বাগিচাত উত্তপ্ত...
ધ્રાંગધ્રાના નામચીન સોની વેપારી દ્રારા લોભામણી સ્કીમ આપી કરોડોનુ ફુલેકું ફેરવી ફરાર
ધ્રાંગધ્રાના નામચીન સોની વેપારી દ્રારા લોભામણી સ્કીમ આપી કરોડોનુ ફુલેકું ફેરવી ફરાર