আজি ৰাজ্যিক প্ৰশাসনত ব্যাপক সালসলনি কৰে ৰাজ্য চৰকাৰে৷কেইবাজনো জিলা আয়ুক্তৰো সালসলনি ঘটাই৷নলবাৰী জিলাত নতুন আয়ুক্ত হিচাবে বৰ্নালী ডেকাক দায়িত্বভাৰ দিয়ে৷ইয়াৰ আগত বৰ্নালী ডেকা কোকৰাঝাৰৰ উপায়ুক্ত হিচাবে কাৰ্য্যনিৰ্বাহ কৰিছিল৷উল্লেখ কৰিবলগীয়া যে বৰ্নালী ডেকাৰ ঘৰ জিলাখনৰ অন্তৰ্গত মুকালমুৱাত বুলি জানিব পৰা গৈছে৷আনহাতে নলবাৰী জিলাৰ বৰ্তমানৰ আয়ুক্ত গীতিমণি ফুুুকনক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱৰ সচিবৰ দায়িত্ব দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अनेक तरुणांनी बलिदान दिल्यानंतर मराठा आरक्षण मिळाले, मात्र कोर्टात ते टिकले नाही , मात्र 2014 पासून 2020 पर्यंत ज्या तरुणांना मराठा आरक्षणातून नोकरी... | Vinod Patil
अनेक तरुणांनी बलिदान दिल्यानंतर मराठा आरक्षण मिळाले, मात्र कोर्टात ते टिकले नाही , मात्र 2014...
કેમ મેળામાં મારા છોકરાઓ સાથે ઝઘડો કરતો તેમ કહી છરી વડે હુમલો કર્યો
સુરેન્દ્રનગર શહેરના જોરાનગર રતનપર વિસ્તારમાં રામેશ્વર મંદિર પાસે ઉભેલા સગા ભાઈએ સગા ભાઈને સામાન્ય...
Breaking News: Kachchh जिले में महसूस किए गए भूकंप के झटके, 4 रिएक्टर स्केल रही तीव्रता | Gujarat
Breaking News: Kachchh जिले में महसूस किए गए भूकंप के झटके, 4 रिएक्टर स्केल रही तीव्रता | Gujarat
দেউৰী পৰিষদৰ দুৰ্নীতিৰ বিৰুদ্ধে মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৷
দেউৰী পৰিষদৰ দুৰ্নীতিৰ বিৰুদ্ধে মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৷
સંસ્કાર મંડળ ડીસા આદર્શ વિદ્યાલય ખાતે જન્મદિન અને માતૃ પિતૃ વંદન કાર્યક્રમનું આયોજન કરાયું
સંસ્કાર મંડળ ડીસા આદર્શ વિદ્યાલય ખાતે જન્મદિન અને માતૃ પિતૃ વંદન કાર્યક્રમનું આયોજન કરાયું