সম্প্ৰতি দেশজুৰি উত্তাল হৈ থকা মনিপূৰৰ ঘটনা সম্পৰ্কে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে৷উল্লেখ্য যে মণিপুৰত যোৱা চাৰি মেত দুগৰাকী মহিলা যুৱতীক উলংগ কৰি ৰাজপথত সমদল কৰা ঘটনাই সমগ্ৰ দেশতে উত্তাল পৰিবেশৰ সৃষ্টি হৈছে৷এই সম্পৰ্কে বিৰুধী দল সমূহে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক ধিক্কাৰ দিয়া দেখা গৈছে৷এই সম্পৰ্কে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে মন্তব্য দি কয় যে আমি মণিপুৰৰ ঘটনাক গৰিহণা দিছো৷আনহাতে তেওঁ বিৰুধিক কতাক্ষ কৰি কয় যে শেহতীয়া ভাবে পোহৰলৈ অহা বেংগলৰ ঘটনা সংক্ৰান্তত কিয় মাত মতা নাই৷তাকলৈ ও প্ৰশ্ন তুলিছে সভাপতি গৰাকীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજપરા સહિત ગામમાં દેશી દારૂ સાથે મળી આવ્યા
રાજપરા સહિત ગામમાં દેશી દારૂ સાથે મળી આવ્યા
সোণাৰিত মহালয়া উপলক্ষে শোভাযাত্ৰা
সোণাৰিত মহালয়া উপলক্ষে আজি ইয়াৰ দুৰ্গা পূজা সমিতি সমূহৰ উদ্যোগত শোভাযাত্ৰা উলিয়াই মা দুৰ্গাক...
સુરેન્દ્રનગર: Dy Collector H.T.Makwana એ ખેતરમાં જાતે જુવાર વાઢી ધરતીપુત્રોની કામગીરી બિરદાવી
સુરેન્દ્રનગર: Dy Collector H.T.Makwana એ ખેતરમાં જાતે જુવાર વાઢી ધરતીપુત્રોની કામગીરી બિરદાવી
चीनी यात्री ने 1600 साल पहले भारत में क्या देखा?| Fa Hien | Tarikh E570
चीनी यात्री ने 1600 साल पहले भारत में क्या देखा?| Fa Hien | Tarikh E570
हिंदू राष्ट्रसेनेचे अध्यक्ष तुषार हंबीर यांच्यावर ससून हॉस्पिटलमध्ये जीवघेणा हल्ला :पोलीस कर्मचारी गंभीर जखमी
पुणे : हिंदू राष्ट्र संघटनेचे अध्यक्ष तुषार हंबीर यांच्यावर अज्ञात दोन व्यक्तींनी जीवघेणा हल्ला...