সম্প্ৰতি দেশজুৰি উত্তাল হৈ থকা মনিপূৰৰ ঘটনা সম্পৰ্কে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে৷উল্লেখ্য যে মণিপুৰত যোৱা চাৰি মেত দুগৰাকী মহিলা যুৱতীক উলংগ কৰি ৰাজপথত সমদল কৰা ঘটনাই সমগ্ৰ দেশতে উত্তাল পৰিবেশৰ সৃষ্টি হৈছে৷এই সম্পৰ্কে বিৰুধী দল সমূহে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক ধিক্কাৰ দিয়া দেখা গৈছে৷এই সম্পৰ্কে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে মন্তব্য দি কয় যে আমি মণিপুৰৰ ঘটনাক গৰিহণা দিছো৷আনহাতে তেওঁ বিৰুধিক কতাক্ষ কৰি কয় যে শেহতীয়া ভাবে পোহৰলৈ অহা বেংগলৰ ঘটনা সংক্ৰান্তত কিয় মাত মতা নাই৷তাকলৈ ও প্ৰশ্ন তুলিছে সভাপতি গৰাকীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#Aravalli | માલપુરના નાથાવાસ પાસે બસ અને બાઇક નો અકસ્માત | Divyang News
#Aravalli | માલપુરના નાથાવાસ પાસે બસ અને બાઇક નો અકસ્માત | Divyang News
निधि जैन को शिक्षा मंत्री ने दी बधाई*दसवीं मे सर्वाधिक अंक प्राप्त करने वाली बालिका निधि जैन को शिक्षा मंत्री ने दी बधाई*
*दसवीं मे सर्वाधिक अंक प्राप्त करने वाली बालिका निधि जैन को शिक्षा मंत्री ने दी बधाई*
...
মৰাণ নাহৰকটীয়া সংযোগী পথৰ কুশল নগৰত পুখুৰী সদৃশ গাতে জীয়াতু ভুগাইছে ৰাইজক।
মৰাণ কুশলনগৰস্থিত মৰাণ নাহৰকটীয়া সংযোগী পথত থকা বৃহৎ পুখুৰী সদৃশ দ গাতে এতিয়া জীয়াতু...
ગુજરાત ગૌરવ યાત્રા નું આજરોજ મહુવા ખાતે આગમન
ગુજરાત ગૌરવ યાત્રા નું આજરોજ મહુવા ખાતે આગમન
ભારતીય જનતા પાર્ટી દ્વારા જિલ્લા...