মৰাণ কুশলনগৰস্থিত মৰাণ নাহৰকটীয়া সংযোগী পথত থকা বৃহৎ পুখুৰী সদৃশ দ গাতে এতিয়া জীয়াতু ভুগিব লগা হৈছে পথছাৰী। দুদিনত প্ৰায় আঠখনকৈ ই-ৰিক্সা দুৰ্ঘটনাত পতিত আহত হব লগা হৈছে কেইবাগৰাকী পথচাৰী। যেন দেখিও নেদেখাৰ ভাও লৈ আছে মৰাণ গড়কাপ্তানি উপসংমণ্ডল বিভাগ। পথছোৱাৰ এটা অংশ মৰাণ পৌৰসভাৰ অন্তৰ্গত যদিও কোনো গুৰুত্ব নাই নলা নিৰ্মাণৰ বাবে। যিহেতু স্থানীয় লোকৰ অভিযোগ যে পথৰ দুয়োকাষে পানী যাবলৈ নলাৰ ব্যৱস্থা নাই যাৰ বাবে পথৰ ওপৰত পানী জমা হৈ সৃষ্টি হৈছে এই বৃহত গাত। মনকৰিবলগীয়া বিষয় যে এই পথটোৰে মৰাণ, টিংখং আৰু মাহমৰা তিনিটা সমষ্টিৰ জনপ্ৰতিনিধি অথবা দুজনকৈ মন্ত্ৰী আৰু এগৰাকী বিধায়ক সঘনে অহা যোৱা কৰে তথাপিও পথটোৰ তথৈবছ অৱস্থা। গুৰুত্বনাই কাৰোৰে। কেৱল গাতকেইটা তাপলি মাৰি দ্বায়িত্ব সামৰে বিভাগে। যাৰ বাবে এতিয়া পানী জমা হৈ এনে বৃহত দ গাত সৃষ্টি হৈ দুৰ্ঘটনা পতিত হব লগা হৈছে জনসাধাৰণ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राष्ट्रवादीचे नेते माजी महापौर मनोहर सपाटे अडचणीत !
राष्ट्रवादीचे नेते माजी महापौर मनोहर सपाटे अडचणीत !
બનાસકાંઠા જિલ્લાના સરહદી વિસ્તારમાં કેનાલમાં ગાબળા પડવાનો સિલસિલો યથાવત જોવા મળી રહ્યો છે.
બનાસકાંઠા જિલ્લાના સરહદી વિસ્તારમાં કેનાલમાં ગાબળા પડવાનો સિલસિલો યથાવત જોવા મળી રહ્યો છે. જેમાં...
आज फांसी लगाकर आत्महत्या कर ली आत्महत्या का कारण अभी पता नहीं चला है
मुकेश बंगाली सन ऑफ झंडू बंगाली उमर 37 निवासी बंगाली कॉलोनी घोड़ा बस्ती थाना जवाहर नगर ने
...
Apple iMac के 25 साल हुए पूरे, जानें कैसा रहा आईमैक का 1988 से अब तक का सफर
बेहतर लैपटॉप या फोन की बात करें तो हमारे दिमाग में जो पहला नाम आता है वो एपल का होता है। चाहे वो...