আজি পুৱাই ডিব্ৰুগড়ৰ মৰানৰ সমীপৰ তিনঠেঙীয়াত আলফাৰ লিংকমেনৰ সৈতে সংৰ্ঘষ। সংঘৰ্ষত শিৱসাগৰ গেলেকীত বৰবাৰী কছাৰী গাৱঁৰ হেম চেতিয়া নামৰ ছালফা সদস্য তথা বৰ্তমানৰ আলফাৰ স্বাধীনৰ লিংকমেনজন ভৰিত গুলি লাগি অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে।হেম চেতিয়াই আৰক্ষী অভিযানত এটা গ্ৰেনেড আৰক্ষীলৈ নিক্ষেপ কৰোতে খোৱাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাণা নাথ আঘাতপ্ৰাপ্ত হয়।উল্লেখ্য যে-কালি বিয়লি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা তিনিচুকীয়া হিজুগুৰি পুষ্পাঞ্জলী দেবী গগৈক বৃহৎ টকাসহ গ্ৰেপ্তাৰ পাছতে আৰক্ষী জেৰাত মহিলা লিংকমেনক গৰাকীয়ে খোৱাং দুলীয়া ডিমৌৰ পৰা গ্ৰেপ্তাৰ কৰিছিল হেম চেতিয়াক।হেম চেতিয়া পৰা আৰক্ষীয়ে এখন এল্ট কে টেন বাহন আৰু লগতে ১ লাখ ৬৪ হাজাৰ টকাসহ বহুতো আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে।আৰক্ষীয়ে দুয়োজনৰ পৰা মুঠ ৪ লাখ টকা জব্দ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
KTM ने RC 200, 390 और Adventure 250, 390 को किया अपडेट; जानिए पहले से कितनी बदल गए ये मॉडल
2024 KTM 250 एडवेंचर अब नई लूनर ग्रे कलर स्कीम में उपलब्ध है। नया मैट फिनिश शेड ट्रेडमार्क ऑरेंज...
जिला कलक्टर के निर्देशन में जिला प्रशासन व आयुर्वेद विभाग ने शुरू किया नवाचार*
जिला कलक्टर अक्षय गोदारा के निर्देशन में जिला प्रशासन एवं आयुर्वेद विभाग की ओर से नवाचार करते हुए...
જસદણમાં ATM મશીનમાંથી અજાણ્યા શખ્સ દ્વારા 17 લાખની ઉઠાંતરી, ચોરીની સમગ્ર સીસીટીવીમાં કેદ
જસદણમાં ATM મશીનમાંથી અજાણ્યા શખ્સ દ્વારા 17 લાખની ઉઠાંતરી, ચોરીની સમગ્ર સીસીટીવીમાં કેદ
ಹಾಸನದಲ್ಲಿ ರಾಜ್ಯ ಮಟ್ಟದ 'ಕೆಂಪೇಗೌಡ ಜಯಂತಿ' ನಡೆಯಿತು
ಈ ಬಾರಿ ರಾಜ್ಯ ಮಟ್ಟದ 'ಕೆಂಪೇಗೌಡ ಜಯಂತಿ' ಹಾಸನ ನಗರದಲ್ಲಿ ಅದ್ಧೂರಿಯಾಗಿ ನಡೆಯಿತು. ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಅವರು ಈ...
बिरला के आगामी कार्यकाल में क्षेत्र में स्थापित होंगे विकास के नए आयाम राजेश रायपुरिया
कोटा बूंदी सांसद ओम बिरला के पुनः लोकसभा अध्यक्ष बनने पर क्षेत्र के जनप्रतिनिधियों, भाजपा नेताओं...