আজি পুৱাই ডিব্ৰুগড়ৰ মৰানৰ সমীপৰ তিনঠেঙীয়াত আলফাৰ লিংকমেনৰ সৈতে সংৰ্ঘষ। সংঘৰ্ষত শিৱসাগৰ গেলেকীত বৰবাৰী কছাৰী গাৱঁৰ হেম চেতিয়া নামৰ ছালফা সদস্য তথা বৰ্তমানৰ আলফাৰ স্বাধীনৰ লিংকমেনজন ভৰিত গুলি লাগি অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে।হেম চেতিয়াই আৰক্ষী অভিযানত এটা গ্ৰেনেড আৰক্ষীলৈ নিক্ষেপ কৰোতে খোৱাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাণা নাথ আঘাতপ্ৰাপ্ত হয়।উল্লেখ্য যে-কালি বিয়লি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা তিনিচুকীয়া হিজুগুৰি পুষ্পাঞ্জলী দেবী গগৈক বৃহৎ টকাসহ গ্ৰেপ্তাৰ পাছতে আৰক্ষী জেৰাত মহিলা লিংকমেনক গৰাকীয়ে খোৱাং দুলীয়া ডিমৌৰ পৰা গ্ৰেপ্তাৰ কৰিছিল হেম চেতিয়াক।হেম চেতিয়া পৰা আৰক্ষীয়ে এখন এল্ট কে টেন বাহন আৰু লগতে ১ লাখ ৬৪ হাজাৰ টকাসহ বহুতো আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে।আৰক্ষীয়ে দুয়োজনৰ পৰা মুঠ ৪ লাখ টকা জব্দ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তেজস্বিতাৰ অকাল বিয়োগত সাংবাদিকৰ প্ৰতিক্ৰিয়া
তেজস্বিতাৰ অকাল বিয়োগত সাংবাদিকৰ প্ৰতিক্ৰিয়া
কেতিয়া উন্নত হব মাজুলীৰ চিকিৎসা ব্যৱস্থা ...
ખેરાલુથી સતલાસણા પંથકના લોકો પદયાત્રીકોને આવકારવા આતુર
ખેરાલુથી સતલાસણા પંથકના લોકો પદયાત્રીકોને આવકારવા આતુર
অৱসৰী প্ৰধান শিক্ষক -কবি হৰেন হালৈৰ বিয়োগ
ৰঙিয়া মহকুমাৰ কঞাঁ ৰাজহ চক্ৰৰ অন্তৰ্গত সৌৰামূৰী কালেগাপাম নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা...
Israel का Iron Dome हवा ही उड़ा रहा Hamas के रॉकेट, ग्राउंड रिपोर्ट में क्या-क्या दिखा?
Israel का Iron Dome हवा ही उड़ा रहा Hamas के रॉकेट, ग्राउंड रिपोर्ट में क्या-क्या दिखा?
गड़ोखर ग्राम में आकाशीय बिजली गिरने से एक व्यक्ति घायल, हालत गंभीर
गड़ोखर ग्राम में आकाशीय बिजली गिरने से एक व्यक्ति घायल
गंभीर हालत...