আটাছুৰ কেন্দ্ৰীয় সমিতিৰ বিতৰ্কিত সভাপতি মিলন বুঢ়াগোহাঁইক কেন্দ্ৰীয় সমিতিৰ সভাপতি পদৰ পৰা অপসাৰণ । ৭২ ঘণ্টাৰ ভিতৰত কাৰণ দৰ্শাব নোৱাৰিলে মিলন বুঢ়াগোহাঁইক আটাছু প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হ'ব । নতুনকৈ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে বসন্ত গগৈক দায়িত্ব দিয়া হয় । মৰাণৰ পৰিদৰ্শন ভৱনত আজি আবেলিৰ পৰা প্ৰায় ৫ ঘণ্টা ধৰি চলা কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে । সংবাদমেলত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি ব্যক্তিগত কথা অডিঅ' ৰেকৰ্ডিং ভাইৰেল কৰাৰ বাবে লাচিত গগৈক আটাছু কোনো সভাতে নিমন্ত্ৰণ নকৰা, জনজাতিকৰণৰ বাবে গুৱাহাটীত আটাছুৱে এলানি কাৰ্যসূচী গ্ৰহণ কৰা আদি । সংবাদমেলত আটাছু কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, মুখ্য উপদেষ্টা দুলাল বৰুৱাকে ধৰি কেইবাজনো কেন্দ্ৰীয় সমিতিৰ নেতা উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तालाब में डूबने से 3 वर्षीय मासूम की मौत
तालाब में डूबने से 3 वर्षीय मासूम की मौत
मामला पवई थाना के ग्राम करही का
...
"નારી વંદન ઉત્સવ" કાર્યક્રમ
તા.૪થીએ 'મહિલા નેતૃત્વ દિવસ'ની ઉજવણી
(બુધવાર) રાજ્ય સરકાર દ્વારા સમગ્ર રાજ્યમાં નારી વંદન ઉત્સવ કાર્યક્રમ યોજવામાં આવી રહ્યો છે. આ...
▶️বৰডাঙ্গেৰীকুছিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জলজীৱন মিছনৰ সজাগতা সভা
▶️বৰডাঙ্গেৰীকুছিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জলজীৱন মিছনৰ সজাগতা সভা
त्याने चक्क किंग कोब्राला हवेत भिरकावले; मग जे झाले... । king Kobra Video Viral । Hpn Marathi News
त्याने चक्क किंग कोब्राला हवेत भिरकावले; मग जे झाले... । king Kobra Video Viral । Hpn Marathi News
'वेकेशन तो क्या जजों की वीकेंड पर भी नहीं होती छुट्टी', लंबी छुट्टियों की आलोचना पर छलका जस्टिस बी.आर. गवई का दर्द
नई दिल्ली। सुप्रीम कोर्ट ने बुधवार को कहा कि जो लोग सुप्रीम कोर्ट और हाई कोर्ट की लंबी...