ভাৰতৰ জাতীয় পতাকাৰ আজি জন্ম দিন৷বিশ্বৰ ভিতৰত ধুনীয়া উক্ত ত্ৰিৰংগা পতাকা খন ১৯৪৭চনৰ আজিৰ দিনটোতে ভাৰতৰ জাতীয় পতাকা হিচাবে স্বীকৃতি পাইছিল৷তেতিয়াৰে পৰা উক্ত পতাকাৰ প্ৰতিজন ভাৰতীয়ই জাতীয় পতাকা হিচাবে সন্মান জনাই আহিছে৷ওপৰত গেৰুৱা,মাজত শুকুলা আৰু তলত সেউজীয়া ৰংৰে নিৰ্মিত উক্ত পতাকাৰ মাজৰ শুকুলা খণ্ডত অশোকচক্ৰই শোভা কৰিছে৷অতিকৈ গৌৰৱী উক্ত পতাকাই ভাৰতীয়ৰ স্বাভিমান ৰক্ষা কৰি আহিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
.वाघाेली -वाघाेली मध्ये दहा वर्षाच्या मुलीने बनविला पद्मदुर्ग .
.वाघाेली -वाघाेली मध्ये दहा वर्षाच्या मुलीने बनविला पद्मदुर्ग .
Nokia 215 4G, Nokia 225 4G और Nokia 235 4G फीचर फोन हुए लॉन्च, जानिए कीमत और फीचर्स
HMD ने तीन फीचर फोन - Nokia 215 4G (2024) Nokia 225 4G (2024) और Nokia 235 4G (2024) लॉन्च किए...
अग्रवाल फ्रेंड्स क्लब के शिविर में 107 यूनिट रक्तदान
अग्रवाल फ्रेंड्स क्लब कोटा द्वारा शनिवार को सांघी धर्मशाला नयापुरा कोटा में ब्लड कैंप का आयोजन...
নৱৰাত্ৰিৰ প্ৰথমদিনাই কামাখ্যাত মহিমা চৌধুৰী
নৱৰাত্ৰিৰ প্ৰথমটো দিনটোতে মা কামাখ্যাৰ আশিস ল’লে বলীউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী মহিমা...