পুনৰ মহানগৰীত সংঘটিত হৈছে এক জঘণ্য যৌন নিৰ্যাতনৰ ঘটনা। ৬০ বছৰীয়া এজন লম্পট বৃদ্ধৰ কামনাৰ বলি হ’ল এটি ৬ বছৰীয়া কন্যা শিশু। ঘটনাৰ বিৱৰণ মতে অভিযুক্ত দ্বিজেন ৰামছিয়াৰী নামৰ ৬০ বছৰীয়া লোকজনে কন্যা শিশুটিক ছিপছ দিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন কৰে। এই ঘটনা সংঘটিত হৈছে নাৰেংগীৰ ভূপেন্দ্ৰ নগৰত।শিশুটিৰ পিতৃ-মাতৃ কামলৈ যোৱাৰ পিছতে সংঘটিত হয় এই ঘটনা। এই সকলো দৃশ্য দেখা পাই শিশুটিৰ জ্যেষ্ঠ ভাতৃয়ে। ভগ্নিৰ ওপৰত বৃদ্ধৰ যৌন নিৰ্যাতনৰ দৃশ্য প্ৰত্যক্ষ কৰি জ্যেষ্ঠ ভাতৃয়ে চিঞৰ-বাখৰ কৰে। ইয়াৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত দ্বিজেন ৰামছিয়াৰী।সমগ্ৰ ঘটনা সন্দৰ্ভত নিৰ্যাতিত শিশুটিৰ পিতৃ-মাতৃয়ে নুনমাটি থানাত গোচৰ ৰুজু কৰিছে। এই গোচৰৰ আধাৰতে আৰক্ষীয়ে দ্বিজেন ৰামছিয়াৰীক আটক কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বাগানপাৰাত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ আযোজন
বাক্সা জিলাৰ বাগানপাৰাত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্হাৰ সহযোগত ইন্দু আই কেয়াৰ এণ্ড ৰিচাৰ্জ চেন্টাৰ...
বোকাখাতৰ এশখন বিচনাযুক্ত অসামৰিক মহকুমা চিকিৎসালয়ৰ নিৰ্মাণৰ দুবছৰ নহওঁতেই চাদত মেলিছে ফাঁট
বোকাখাতৰ এশখন বিচনাযুক্ত অসামৰিক মহকুমা চিকিৎসালয়ৰ নিৰ্মাণৰ দুবছৰ নহওঁতেই চাদত মেলিছে ফাঁট
BAGVADAR ગુજરાત ન્યૂઝ પોરબંદરની વધુ એક ખબરની અસર 12 11 2022
BAGVADAR ગુજરાત ન્યૂઝ પોરબંદરની વધુ એક ખબરની અસર 12 11 2022
સાધલી ગામ ખાતે શક્ય ચેરીટેબલ ટ્રસ્ટના યુવાનો દ્વારા જન્મદિવસની કરાઈ અનોખી ઉજવણી
સાધલી ગામ ખાતે શક્ય ચેરીટેબલ ટ્રસ્ટના યુવાનો દ્વારા જન્મદિવસની કરાઈ અનોખી ઉજવણી
Lok Sabha Elections 2024: UP में 80 सीटों की जंग, BJP के खिलाफ मंच पर साथ आए Rahul-Akhilesh
Lok Sabha Elections 2024: UP में 80 सीटों की जंग, BJP के खिलाफ मंच पर साथ आए Rahul-Akhilesh