মৰাণৰ দৈনিক বজাৰত দুই মহিলাৰ মাজত প্ৰচণ্ড মাৰ-পিতৰ ঘটনা । গুৰুতৰ ভাৱে আহত এগৰাকী মহিলা । সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ । মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সন্মূখত সন্ধিয়া হয় এই ঘটনা । জয়া নগৰ নিবাসী পূজা পালৰ আক্ৰমনত গুৰুত্বৰভাৱে আহত হয় কিৰন মুণ্ডা নামৰ মহিলাগৰাকী । বজাৰত উপস্থিত থকা ৰাইজে বাধা প্ৰদান কৰাৰ লগতে আৰক্ষীক খৱৰ দিয়াত কাজিয়া এৰুৱাবলৈ সক্ষম হয় । ততাতৈয়াকৈ কিৰন মুণ্ডাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি আন গৰাকী মহিলা পূজা পাওল আৰক্ষীৰ জিম্মাত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સૌરાષ્ટ્રમાં લમ્પી વાયરસે કહેર મચતા અધિકારીઓ પશુપાલન દવાખાનની મુલાકાતે
સૌરાષ્ટ્રમાં લમ્પી વાયરસે કહેર મચતા અધિકારીઓ પશુપાલન દવાખાનની મુલાકાતે
पायाला स्पर्श करताच गणपती बाप्पाने स्वतः उभं राहून दिला आशीर्वाद
मुंबई - पायाला स्पर्श करताच गणपती बाप्पाने स्वतः उभं राहून दिला आशीर्वाद
ঘৰুৱা দৰ্শকৰ সন্মুখত ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত নৰ্থ-ইষ্ট ইউনাইটেড
গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান ছুপাৰ লীগৰ এখন মেচত...
ऑपरेशन मुस्कान के तहत नाबालिक बालिका को किया दस्तयाब
गुनौर : पुलिस मुख्यालय भोपाल के द्वारा चलाए जा रहे ऑपरेशन मुस्कान के सम्बंध में...
ધરમપુર તાલુકા ખાતે ડેપો મેનેજરશ્રીને ખટાણા ગામે આવતી બસના ટાઈમ બાબતે વિધાર્થીઓને પડતી તકલીફ બાબતે અને કપરાડા તાલુકાના ગામોમાં વિદ્યાર્થીઓને પડતી તખલીફ બાબતે રજૂઆત કરવામાં આવી
ગતરોજ ધરમપુર તાલુકા ખાતે ડેપો મેનેજરશ્રીને ખટાણા ગામે આવતી બસના ટાઈમ બાબતે વિધાર્થીઓને પડતી તકલીફ...