🔴গুৱাহাটী নলা‌-নৰ্দমা পৰিষ্কাৰ কৰা লগতে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ 

🔴অসমত ২ অক্টোবৰৰ পৰা ১ লিটাৰ তলৰ পানীৰ বটল নিষিদ্ধ কৰা হৈছে৷ 

🔴ৰাজ্যিক কেবিনেটত লোৱা হৈছে এই সিদ্ধান্ত৷ 

#thevoiceofchariduar #NewsUpdate #Assam #BreakingNews