🔴বহিঃৰাজ্যত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু অসমৰ চিআৰপিএফ জোৱানৰ।

🔴 মৃত চিআৰপিএফ জোৱানজন মৰিয়নিৰ নতুন মাটিৰ টংকেশ্বৰ দাস।

🔴 কাশ্মীৰৰ অনন্তনাগত কৰ্মৰত আছিল জোৱানজন। 

#thevoiceofchariduar #NewsUpdate #AssamNews