নাৰায়ণপুৰ ৰাজীৱ ভৱনত আজি উদ্যাপন কৰা হয় যুৱ কংগ্ৰেছৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন কুমাৰ বৰাৰ উপস্থিতিত ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ পতাকা উত্তোলন কৰে লক্ষীমপুৰ জিলা সভাপতি মৌচম লাহনে ৷ পতাকা উত্তোলন কৰি সভাপতিগৰাকীয়ে সকলো কংগ্ৰেছ কৰ্মীলৈ আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰে ৷ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ লগতে উপস্থিত থাকে লক্ষীমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন বৰা নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ঈশ্বৰ পাঠককে প্ৰমুখ্যে বহুসংখ্যক বিষয়ববীয়া আৰু কৰ্মকৰ্তা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
IND vs PAK: કેપ્ટન રોહિત શર્માના આ 2 નિર્ણયોએ ભારતને તોફાની જીત અપાવી, પાકિસ્તાન થયું પરાસ્ત
ભારત અને પાકિસ્તાન વચ્ચેની મેચ હંમેશા રોમાંચથી ભરેલી હોય છે. એશિયા કપમાં ભારત અને પાકિસ્તાન...
બનાસકાંઠા માં ભંગાણ..???
આપ આદમી પાર્ટી આગેવાન ભેમાભાઈ ચૌધરી એ પાર્ટીના તમામ હોદ્દાઓ ઉપરથી આપ્યું રાજીનામુ....ભેમાભાઈ...
पिछले महीने इन लग्जरी कारों का रहा बोल-बाला, मर्सिडीज-बेंज ने मारा टॉप
Luxury cars Sales Repor Aug मर्सिडीज-बेंज 1021 इकाइयों की बिक्री के साथ टॉप पर है इसके बाद...
दिल्ली-NCR में लगातार हवा हो रही जहरीली, AQI खतरनाक श्रेणी में पहुंचा
देश की राजधानी दिल्ली में दमघोटू हवा के कारण प्राइमरी स्कूलों को बंद करने का निर्देश दिया गया है....