দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী । দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি মৰাণ আৰক্ষী থানাৰ উদ্যোগত গাওৰক্ষী বাহিনী, শান্তি কমিতি আৰু নাগৰিক সমাজৰ সহযোগত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে মঙলবাৰে মৰাণ নগৰত এক বিশাল মটৰ চাইকেল ৰেলী আয়োজন কৰে । এই কাৰ্যসূচীৰ জৰিয়তে মৰাণবাসী এই কাৰ্যসূচী সফল কৰিবলৈ সকলো জনতাক আহ্বান জনায় । মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ উদ্যোগত উলিওৱা ৰেলীটোৰ শুভাৰম্ভনি কৰে মৰাণ আৰক্ষী থানাৰ চক্ৰ বিষয়া শিদ্ধেশ্বৰ বড়োএ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજુલાનાં હિંડોરણા ગામે જુગાર રમતા ચાર ખેલન્દાઓ ઝડપાયા
રાજુલા પો.સ્ટેના હિંડોરણા ગામે સ્ટ્રીટ લાઇટના અંજવાળે જાહેરમાં પૈસા પાનાથી હારજીતનો જુગાર રમતા...
રોટરી ક્લબ ડીવાઈન ડીસા દ્વારા દિવ્યાંગ બાળકોને ભોજન અપાયુ
રોટરી ક્લબ ડીવાઈન ડીસા દ્વારા દિવ્યાંગ બાળકોને ભોજન અપાયુ
बांग्लादेश में हिंदुओं पर हो रहे अत्याचार से भारत में उबाल, बाजार बंद कर सड़कों पर उतरे लोग,
बांग्लादेश हिंसा में अल्पसंख्यक हिंदुओं को निशाना बनाया जा रहा है. इससे भारत में जबरदस्त गम और...
પંચમહાલ જિલ્લામાં વિનામૂલ્યે સ્માર્ટ પ્રીપેડ વીજ મીટરો લગાવાશે.વાંચો સંપૂર્ણ વિગતવાર અહેવાલ એક ક્લિક માં.
ભારત સરકારના તારીખ ૧૭.૦૮.૨૦૨૧ના ગેઝેટ નોટિફિકેશનથી વીજ વિતરણ કંપનીઓના પ્રિપેઇડ સ્માર્ટ મીટર વડે...
'मैं बस रोने वाला था...' African Union के चेयरपर्सन Azali Assoumani ने PM Modi के ऐलान पर क्या कहा?
'मैं बस रोने वाला था...' African Union के चेयरपर्सन Azali Assoumani ने PM Modi के ऐलान पर क्या कहा?