দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষ্যে নাৰায়ণপুৰ বালিকা মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতি , শিক্ষক গোট আৰু ছাত্ৰ ছাত্ৰীৰ উদ্যোগত বিদ্যালয়খনে আজি নাৰায়ণপুৰ নগৰত উলিয়াই সজাগতা ৰেলী ৷ ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ বন্দে মাতৰম আৰু ভাৰত মাতা কী জয় ধ্বনিৰে দেশৰ স্বাধীনতা দিৱস উদ্যাপন কৰিবলৈ সকলোলৈ বাৰ্তা প্ৰেৰণ কৰে ৷ সজাগতা ৰেলীত অংশগ্ৰহণ কৰে নাৰায়ণপুৰ পৌৰসভাৰ পৌৰপতি হৰিশ চন্দক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દલવાડાનાં ટોકરીયા મહાદેવમાં શિવલિંગની સ્થાપના...!
શિવલિંગની સ્થાપના...!
હારીજ પોલીસ પેટોલિંગ દરમ્યાન અલગ અલગ જગ્યા પર થી દારૂ પીને લવરી બકવાટ કરતા બે ઈસમો ને પકડી પડ્યા
હારીજ પોલીસ સ્ટાફના માણસો ટાઉન મા પેટ્રોલીંગમાં હતા તે દરમ્યાન ફરતાફરતા હારીજ ખેમાસર જવાના રસ્તા...
प्योर सिंधी नस्ल के घोड़े,किमत 4 लाख से ऊपर
प्योर सिंधी नस्ल के घोड़े,किमत 4 लाख से ऊपर
ऐसे हुई थी ISRO की शुरुआत | Chandrayaan | ISRO History | Tarikh E540
ऐसे हुई थी ISRO की शुरुआत | Chandrayaan | ISRO History | Tarikh E540