নলবাৰী জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ অন্তৰ্গত বিদ্যালয় সমূহৰ মাজত হাতে লিখা আলোচনী প্ৰকাশৰ বাবে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ পৰা দিয়া নিৰ্দেশনাৰ ভিত্তিত আজি সানেকুছিস্থিত অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুলত প্ৰাতঃসভাতে নৱদ্বীপ নামৰ হাতে লিখা আলোচনী খন উন্মোচন কৰে৷প্ৰধান শিক্ষক গিৰীন্দ্ৰ দেৱ শৰ্মাই আতধৰা মাংগলিক অনুষ্ঠানটোত আলোচনী খন উন্মোচন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূপেন চন্দ্ৰ লহকৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાબરકાંઠા: ખેડબ્રહ્મા યુવા સેવા કેમ્પ દ્વારા રજની પટેલ પદયાત્રાળુ માટે ખુલ્લો મુક્યો
સાબરકાંઠા: ખેડબ્રહ્મા યુવા સેવા કેમ્પ દ્વારા રજની પટેલ પદયાત્રાળુ માટે ખુલ્લો મુક્યો
জোনাইৰ এজন যুৱক LED বাল্প প্ৰস্তুতৰে স্বাৱলম্বিতাৰ প্ৰয়াস
জোনাইৰ এজন যুৱক LED বাল্প প্ৰস্তুতৰে স্বাৱলম্বিতাৰ প্ৰয়াস
MP में Voting के दौरान Congress विधायक और कलेक्टर भिड़ गए, Video Viral
MP में Voting के दौरान Congress विधायक और कलेक्टर भिड़ गए, Video Viral