পুনেস্থিত পুনেস্থিত এম আই টি আৰ্ট, ডিজাইন, টেকনলজি বিশ্ববিদ্যালয়ে ডিব্ৰুগড়ত এখন সংবাদমেল অনুষ্ঠিত কৰে। ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠানখনৰ সামগ্রীক শিক্ষাদানৰ সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰে। ১২৫ একৰ ভূমিত পুনেত স্থাপন কৰা বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক নতুন কাৰিকৰী শিক্ষা প্ৰদান কৰি আহিছে। তদুপৰি এই বিশ্ববিদ্যালয়ৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে ছৱিজগতৰ লগতে সংবাদ ক্ষেত্ৰখনতো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। অসমতো এই বিশ্ববিদ্যালয়খনে শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ প্ৰস্তুতি চলাই থকা বুলি উল্লেখ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છાયા આંબેડકરનગર વોર્ડનં.૧૩ ખાતે મન કી બાત કાર્યક્રમમાં ભાગ લેતા કેન્દ્રિય મંત્રીશ્રી પરષોત્તમ રૂપાલા
છાયા આંબેડકરનગર વોર્ડ નં.૧૩ ખાતે મન કી બાત કાર્યક્રમમાં ભાગ લેતા કેન્દ્રિય મંત્રીશ્રી પરષોત્તમ...
নাহৰকটীয়া মহাবিদ্যালয়ৰ বিদায় সম্বৰ্ধনা সম্পন্ন, আবেগিক পৰিবেশত বিদায় ললে ৫ গৰাকী অধ্যাপক আৰু অধ্যাপিকাই
নাহৰকটীয়া মহাবিদ্যালয়ত সুদীৰ্ঘকাল শিক্ষাদান কৰি চৰকাৰী নিয়মানুসৰি চাকৰিৰ পৰা অৱসৰ ললে ৫ গৰাকী...
વડવા ગામના સરપંચના ઘરે દીપડાના આંટા ફેરા, ગામમા ફરી દિપડો દેખાતા ગ્રામજનોમાં ફફડાટ.
વડવા ગામના સરપંચના ઘરે દીપડાના આંટા ફેરા, ગામમા ફરી દિપડો દેખાતા ગ્રામજનોમાં ફફડાટ.
उत्तर प्रदेश लोकसभा चुनाव २०२४ - ABCD
२०२४ लोकसभा चुनाव में उत्तर प्रदेश में किसको कितनी सीटें मिलेंगी?
एनडीए गठबंधन क्लीन स्वीप...
મોયણી નદી મા નવા નીર આવતા ગામ લોકો અને ખેડૂતોમાં ખુશીનો માહોલ
મોયણી નદી મા નવા નીર આવતા ગામ લોકો અને ખેડૂતોમાં ખુશીનો માહોલ
સરસ્વતી ૧૬
પાટણ જિલ્લાના...