পুনেস্থিত পুনেস্থিত এম আই টি আৰ্ট, ডিজাইন, টেকনলজি বিশ্ববিদ্যালয়ে ডিব্ৰুগড়ত এখন সংবাদমেল অনুষ্ঠিত কৰে। ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠানখনৰ সামগ্রীক শিক্ষাদানৰ সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰে। ১২৫ একৰ ভূমিত পুনেত স্থাপন কৰা বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক নতুন কাৰিকৰী শিক্ষা প্ৰদান কৰি আহিছে। তদুপৰি এই বিশ্ববিদ্যালয়ৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে ছৱিজগতৰ লগতে সংবাদ ক্ষেত্ৰখনতো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। অসমতো এই বিশ্ববিদ্যালয়খনে শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ প্ৰস্তুতি চলাই থকা বুলি উল্লেখ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
New-gen MINI Cooper S और Countryman E भारतीय बाजार में 24 जुलाई को मारेंगी एंट्री, जानें डिटेल्स
2025 MINI Cooper S सबसे पहले 3-डोर बॉडी स्टाइल में भारत आएगी। मॉडल 2.0-लीटर टर्बो पेट्रोल इंजन से...
ભિલોડાની અક્ષર સોસાયટી માં નવમા નોરતાએ મહાઆરતીનું આયોજન કરવામાં આવ્યું.
ભિલોડાની અક્ષર સોસાયટી માં નવમા નોરતાએ મહાઆરતીનું આયોજન કરવામાં આવ્યું.
16 से 25 अक्टूबर तक का मौसम, बंगाल की खाड़ी में चक्रवात, फिर होगी भीषण बारिश, भीषण बारिश से सावधान।।
16 से 25 अक्टूबर तक का मौसम, बंगाल की खाड़ी में चक्रवात, फिर होगी भीषण बारिश, भीषण बारिश से सावधान।।
ડીસાના જુનાડીસા ની ગૌશાળાઓમાં આયુર્વેદિક લાડુનું વિતરણ કરાયું..
ડીસાના જુનાડીસા ની ગૌશાળાઓમાં આયુર્વેદિક લાડુનું વિતરણ કરાયું..