শিৱসাগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্তৰ আহ্বান মৰ্মে ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত গোঁসাইবাৰী বাগিচাত বৰ্তমান দেখা দিয়া জটিল পৰিস্থিতিৰ ওপৰত এক আলোচনা সভা অনুষ্ঠিত হৈ যায়। সভাত গোঁসাইবাৰী অৰ্থাৎ দিহিং চাহ কোম্পানীৰ প্ৰতিনিধি আৰু ইফৰান আলিৰ উপস্থিতিত শাখা সংঘৰ জ্যেষ্ঠ সম্পাদক - লক্ষেশ্বৰ তাঁতী, সভাপতি - মনোজ তাঁতী , সহকাৰী সম্পাদক - প্ৰমোদ সিং তাঁতীৰ ওপৰিও বাগিচাখনৰ শ্ৰমিক - কৰ্মচাৰী সকল উপস্থিত থাকে। শাখা সংঘৰ তৰফৰ পৰা বাগিচাখনৰ মালিক পক্ষৰ অবহেলাৰ ফলত সৃষ্টি হোৱা অচলাৱস্থাৰ ওপৰত বিশেষ ভাৱে আলোচনা কৰাৰ অন্তত বাকী থকা শ্ৰমিক - কৰ্মচাৰী সকলৰ দৰমহা - ৰেচন অহা ইং ২১-০৭-২০২৩ তাৰিখৰ ভিতৰত আদায় দিবলৈ চুক্তি কৰা হয়। পুনৰ অহা ইং ২৪-০৭-২০২৩ তাৰিখে কোম্পানীটোৰ ডাইৰেক্টৰৰ লগত আলোচনা কৰা হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণ নগৰ মণ্ডলৰ বুথ নং ৩৮ ত অনুষ্ঠিত হোৱা মন কী বাত অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন
মৰাণ নগৰ মণ্ডলৰ বুথ নং ৩৮ ত অনুষ্ঠিত হোৱা মন কী বাত অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন...
Alert: Android यूजर्स के सिर मंडराया एक नया खतरा, सरकार ने जारी किया अलर्ट; स्मार्टफोन यूजर्स तुरंत करें ये काम
एंड्रॉइड फोन का इस्तेमाल करते हैं तो ध्यान दें ये जानकारी आपके लिए ही दी जा रही है। भारत सरकार के...
પાલનપુર જિલ્લા પંચાયત સામેની લોખંડની જાળી જ ગુમ થઈ ગઈ
પાલનપુર જિલ્લા પંચાયત સામેની લોખંડની જાળી જ ગુમ થઈ ગઈ
રાહદારીઓને ચાલવા માટેની ફૂટપાથ પર...
इनरव्हील क्लब ने मनाया राधाष्टमी पर्व
इनरव्हील क्लब ने मनाया राधाष्टमी पर्व बून्दी। इनरव्हील क्लब द्वारा राधाष्टमी उत्सव...