শিৱসাগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্তৰ আহ্বান মৰ্মে ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত গোঁসাইবাৰী বাগিচাত বৰ্তমান দেখা দিয়া জটিল পৰিস্থিতিৰ ওপৰত এক আলোচনা সভা অনুষ্ঠিত হৈ যায়। সভাত গোঁসাইবাৰী অৰ্থাৎ দিহিং চাহ কোম্পানীৰ প্ৰতিনিধি আৰু ইফৰান আলিৰ উপস্থিতিত শাখা সংঘৰ জ্যেষ্ঠ সম্পাদক - লক্ষেশ্বৰ তাঁতী, সভাপতি - মনোজ তাঁতী , সহকাৰী সম্পাদক - প্ৰমোদ সিং তাঁতীৰ ওপৰিও বাগিচাখনৰ শ্ৰমিক - কৰ্মচাৰী সকল উপস্থিত থাকে। শাখা সংঘৰ তৰফৰ পৰা বাগিচাখনৰ মালিক পক্ষৰ অবহেলাৰ ফলত সৃষ্টি হোৱা অচলাৱস্থাৰ ওপৰত বিশেষ ভাৱে আলোচনা কৰাৰ অন্তত বাকী থকা শ্ৰমিক - কৰ্মচাৰী সকলৰ দৰমহা - ৰেচন অহা ইং ২১-০৭-২০২৩ তাৰিখৰ ভিতৰত আদায় দিবলৈ চুক্তি কৰা হয়। পুনৰ অহা ইং ২৪-০৭-২০২৩ তাৰিখে কোম্পানীটোৰ ডাইৰেক্টৰৰ লগত আলোচনা কৰা হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Samsung Galaxy A15 vs Vivo T2 Pro 5G : कैमरा से लेकर बैटरी तक जानिए कौन सा फोन है बेहतर
हाल ही में सैमसंग ने अपना बजट फ्रेंडली फोन यानी Samsung Galaxy A15 को लॉन्च किया है। इस फोन में...
Parliament Session: Congress के ब्लैक पेपर पर PM Modi ने जमकर साधा निशाना | Mallikarjun Kharge
Parliament Session: Congress के ब्लैक पेपर पर PM Modi ने जमकर साधा निशाना | Mallikarjun Kharge
Dalit Kitchens of Marathwada: Maharashtra में दलितों की रसोई से निकले पकवानों की कहानी (BBC Hindi)
Dalit Kitchens of Marathwada: Maharashtra में दलितों की रसोई से निकले पकवानों की कहानी (BBC Hindi)
Jharkhand Elections: Rahul Gandhi के चॉपर फंसने पर भड़कीं Congress, BJP पर लगाया आरोप | Aaj Tak
Jharkhand Elections: Rahul Gandhi के चॉपर फंसने पर भड़कीं Congress, BJP पर लगाया आरोप | Aaj Tak
સુરતના માનદરવાજા નકલી પોલીસને અસલી પોલીસે પકડી પાડ્યો
સુરતના સલાબતપુરા પોલીસ પેટ્રોલીંગમા હતી ત્યારે એક વ્યક્તિ પીએસઆઈનો યુનિફોર્મ પહેરી મોપેડ ઉપર બેઠો...