লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ জিজ্ঞাসা জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সহ ছাত্ৰী সকলে শিক্ষামূলক ভ্ৰমণৰ উদ্দ্যেশ্যে শিৱসাগৰ আৰু চৰাইদেউৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিব আহি উভতি যাওঁতে মঙলবাৰে নিশা মৰাণত সুৰামত্ত চালকৰ অতপালিত নিশা কটাব লগীয়া হয় মৰাণ আৰক্ষী থানাৰ চৌহদত। AS07BC 6400 নম্বৰৰ লাকি-পাখী নামৰ আলট্ৰা বাছ খনৰ চালক ৰাজু শৰ্মা আৰু খালাচী মিন্টু শইকীয়াই মৰাণত সুৰামত্ত অৱস্থাত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক অভদ্ৰ আচৰণ কৰাত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱা দেখি মৰাণৰ সাংবাদিক সকলৰ তৎপৰতাত মৰাণ আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনক আটক কৰে। উল্লেখ্যে যে নিশা দহ বজাৰ পৰা কেইবাঘণ্টা অপেক্ষাৰ অন্তত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ উপাধ্যায়ে কোনোমতে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়ত্ৰী আৰু অভিভাৱক সকলক গন্তব্যস্থানত পঠোৱাৰ ব্যৱস্থা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुख्यमंत्री आयुष्मान आरोग्य योजना, आमजन के लिए बनी वरदान 1 नवंबर से मिलने लगेगा 25 लाख रुपए के स्वास्थ्य बीमा का लाभ
बालोतरा, 25 अक्टूबर। प्रदेश के माननीय मुख्यमंत्री श्री भजनलाल शर्मा के नेतृत्व में राज्य सरकार की...
દિયોદર ની ઘટના ને લઈ જીગ્નેશ મેવાણી નું નિવેદન..
દિયોદર ની ઘટના ને લઈ જીગ્નેશ મેવાણી નું નિવેદન..
પ્રભુ સેવા ફાઉન્ડેશન અમદાવાદ મીત્રો આ પોસ્ટને આગળ મોકલો આ પ્રભુજી ના પરીવાર સુઘી આ મેસેજ પોંચી જાય.
પ્રભુ સેવા ફાઉન્ડેશન અમદાવાદ મીત્રો આ પોસ્ટને આગળ મોકલો આ પ્રભુજી ના પરીવાર સુઘી આ મેસેજ પોંચી જાય.
समाज की भावना के अनुरूप हो राव सूरजमल की छतरी का उचित तरीके से पुनर्निर्माण - वंशवर्धन सिंह
मैंने सिर्फ समिति में शामिल होने की स्वीकृति दी - वंशवर्धन सिंह बूंदी
समाज की भावना के...
Pune Porsche Accident: अग्रवाल फैमिली का निकला 'अंडरवर्ल्ड कनेक्शन', नाबालिग साहबजादे के दादा ने क्या कभी छोटा राजन से ली थी मदद?
Pune Car Accident: पुणे में शराब पीकर लापरवाही से गाड़ी चलाने के मामले में बड़ा खुलासा हुआ...