চৰাইদেউ জিলাৰ মৰাণহাটৰ মিলিত শিল্পীসমাজৰ নাট্যমন্দিৰত মঙ্গল বাৰে নিশা মহাপুৰুষ শঙ্কৰদেৱৰ ৰচিত অঙ্কীয়া ভাঁওনা "ৰুক্মিণী হৰণ প্ৰদৰ্শণ কৰে মৰাণহাটৰ "আৰোহন সত্ৰীয়া সংগীত চৰ্চা কেন্দ্ৰৰ ছাত্ৰীসকলে। যোৱা ৯জুলাইৰ পৰা ১৮ জুলাইলেকে আৰোহন সত্ৰীয়া সংগীত চৰ্চাকেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হয় এই অঙ্কীয়া ভাঁওনা খনি। এই অনুষ্ঠানত ছাত্ৰীসকলৰ দ্বাৰা মাটি আখৰা, কৃষ্ণনৃত্য, গুৰু বন্দনা আদি ও প্ৰদৰ্শন কৰাহয়। নিশা প্ৰায় বাৰ বজাত সামৰণি পৰা অনুষ্ঠানত কেইবা শতাধিক দৰ্শক উপস্থিত থাকি নাট উপভোগ কৰে।কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে লুইত কোৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অধ্যাপক অতুল ভূঞা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહાનગરપાલિકા સ્ટેન્ડિંગ કમિટીની બેઠક મળી
મહાનગરપાલિકા સ્ટેન્ડિંગ કમિટીની બેઠક મળી
મહુવા તાલુકાના તલગાજરડા ગામની દુર્દશા જે સંત શ્રી મોરારી બાપુ ની જન્મ ભૂમિ તે ગામ ની દુર્દશા
મહુવા તાલુકાના તલગાજરડા ગામની દુર્દશા જે સંત શ્રી મોરારી બાપુ ની જન્મ ભૂમિ તે ગામ ની દુર્દશા
कश्मीर में शहीद हुए कानपुर के करन, बहनों के शादी की थी जिम्मेदारी, सदमें में मां | ABP NEWS
कश्मीर में शहीद हुए कानपुर के करन, बहनों के शादी की थी जिम्मेदारी, सदमें में मां | ABP NEWS