শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতিৰ মোলানকাটা শাখাৰ উদ্যোগত মোলানকটা (ঔগুৰি) স্থিত চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় ত অহা কালিৰ পৰা সাত দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ কৰা হব।

    মোলানকটা শাখাৰ জ্যোতিকা পাতৰে জানিব দিয়ে যে কৰ্মশালা ত তিৱা গীত/নৃত্য, চিত্ৰকলা,অসমীয়া চিৰসেউজ গীত নৃত্য আৰু কবিতা আবৃত্তি ৰ প্ৰশিক্ষন দিয়া হব।

        লগতে কৰ্মশালাত অংশ গ্ৰহণ কৰিব বিচৰা ইচ্ছুক যুবক যুৱতী ক ৭৮৯৬৯৭৮৯৫৪/৯৮৫৪৯৮৩৮২৭ আৰু ৮৬৩৮৪৭৬৪৫৭ মোবাইল নম্বৰৰ জৰিয়তে সম্পৰ্ক কৰিবলৈ অনুৰোধ জনাইছে।