দৰং জিলা ৰ খাৰুপেটীয়া পৌৰ সভা কৰ্মকাণ্ড অতিষ্ঠ কৰিছে ৰাইজক। বৰ্ষ ২০১৮ ত কোটি কোটি টকা ব্যয় সপক্ষে নিৰ্মান কৰা খাৰুপেটীয়াৰ মেজেষ্টিক বাছ ষ্টেণ্ডক বনালে মাকৈ বজাৰ। পুৱাৰ পৰা সন্ধ্যা লৈ শতাধিক সৰু ডাঙৰ গাড়ীত মাকৈ আনি বাছ ষ্টেণ্ডত কিনা বেচা হয় যাৰ ফলত যাত্ৰীবাহী বাছ ৰাস্তাত ৰ'বলগীয়া হয়, যাৰ ফলত যানযঁতৰ লগতে সঘনাই দুৰ্ঘটনা সংঘটিত হয়। খাৰুপেটীয়া পৌৰ সভাৰ এনে কৰ্মকাণ্ডক মানি লোৱা নাই ৰাইজ।
খাৰুপেটীয়া পৌৰ সভাৰ মগজবিহীন কাণ্ড - কোটি কোটি টকা ব্যয় সপক্ষে নিৰ্মান কৰা খাৰুপেটীয়া বাছ ষ্টেণ্ডক বনালে মাকৈ বাজাৰ

