গুৱাহাটী কাহিলীপাৰাৰ সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যকালৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত চাকৰি লাভ কৰা টিউটাৰ শিক্ষকসকলৰ এই প্ৰতিবাদ। টিউটাৰৰ পৰা শিক্ষকলৈ উন্নতি কৰিবলৈ দাবী প্ৰতিবাদকৰীৰ। ফিক্স পেৰ পৰা অন্য শিক্ষকসকলৰ দৰে দৰমহাৰ ব্যৱস্থা কৰাৰ দাবী প্ৰতিবাদকৰীৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাহাজাৰ শিক্ষক একত্ৰিত হৈ এই প্ৰতিবাদী কাৰ্যসূচী। কাহিলীপাৰাৰ পৰা পাহাৰৰ ওপৰেৰে GMCH লৈ অহা পথ অবৰোধ কৰি এই প্ৰতিবাদ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী কুসুম কৈলাস সপৰিয়ালে মৰাণৰ মন্দিৰত গণেশ পূজা কৰে
অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী কুসুম কৈলাস সপৰিয়ালে মৰাণৰ মন্দিৰত গণেশ পূজা কৰে
দিল্লীত বিকৃত ৰূপত বিহু নৃত্য প্ৰদৰ্শন কৰা ঘটনাৰ তদন্তৰ নিৰ্দেশ
সোমবাৰে নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহৰ আদৰণি অনুষ্ঠানৰ সময়ত...
Redmi Note 13 series: 200MP कैमरा और 120W फास्ट चार्जिंग फीचर वाला फोन धमाकेदार एंट्री को तैयार, इस दिन लॉन्च होंगे Smartphone
शाओमी की मच-अवेटेड सीरीज को लेकर बहुत जल्द यूजर्स का इंतजार खत्म होने जा रहा है। जी हां हम यहां...
तमिलनाडु: राज्य गान के 'अपमान' पर DMK सांसद कनिमोझी ने की अन्नामलाई से माफी की मांग
Karnataka Elections 2023: चेन्नई, एजेंसी। द्रविड़ मुनेत्र कषगम (DMK) पार्टी की सांसद कनिमोझी...