অসমীয়া ধাৰাবাহিকৰ জনপ্ৰিয় কৌতুক অভিনেতা মুনীন্দ্ৰ দাসৰ মৃত্যুৰ বাতৰিয়ে আজি সমগ্ৰ ৰাজ্য খনতে শোকৰ ছা পৰিছে৷উল্লেখ্য যে জনপ্ৰিয় কৌতুক অভিনেতা গৰাকী বহুত দিন ধৰি দুৰাৰোগ্যত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷অৰ্থনৈতিক ভাবে অনগ্ৰসৰ পৰিয়ালটোৱে দাসৰ উন্নত চিকিৎসাৰ বাবে সহায় বিছাৰি চৰকাৰ তথা দল সংগঠনৰ ওচৰত আবেদন জনাইছিল৷এই সম্পৰ্কত সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ হৈছিল৷অৱশেষত আজি জনপ্ৰিয় শিল্পী গৰাকীয়ে ইহলীলা সম্বৰণ কৰে৷তেওঁৰ মৃত্যুৰ বাতৰি পাই ৰাজ্যৰ শিল্পী সমাজৰ লগতে অজস্ৰ গুনমুগ্ধ শোকস্তব্ধ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત જિલ્લાના ઉધના-અંબાનગરના બજરંગ મંદિરમાંથી હનુમાનજીની ગદા ની ચોરી
સુરતના ઉધના-મગદલ્લા રોડ પર અંબાનગર પાસે રોકડિયા હનુમાનજી ના મંદિરમાંથી તસ્કરોએ ચાંદીના વાસણો,...
Manipur Violence: मणिपुर हिंसा की जांच में राेड़ा बन रही अफसराें की कमी, एक अधिकारी कर रहा 500 मामलों की निगरानी
नई दिल्ली। मणिपुर में कुछ माह पूर्व हुई हिंसा की जांच के लिए दिल्ली समेत छह राज्यों से...
DETOX Your Body At Home in 1 Day | Full Body Cleanse | Abhinav Mahajan
DETOX Your Body At Home in 1 Day | Full Body Cleanse | Abhinav Mahajan
AI खूबियों वाले Infinix Zero 40 5G का लॉन्च आज, वायरलेस चार्जिंग सपोर्ट से होगा लैस
Infinix Zero 40 5G आज भारत में AI फीचर्स के साथ लॉन्च हो रहा है। इसे दोपहर 12 बजे लॉन्च किया...