অসমীয়া ধাৰাবাহিকৰ জনপ্ৰিয় কৌতুক অভিনেতা মুনীন্দ্ৰ দাসৰ মৃত্যুৰ বাতৰিয়ে আজি সমগ্ৰ ৰাজ্য খনতে শোকৰ ছা পৰিছে৷উল্লেখ্য যে জনপ্ৰিয় কৌতুক অভিনেতা গৰাকী বহুত দিন ধৰি দুৰাৰোগ্যত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷অৰ্থনৈতিক ভাবে অনগ্ৰসৰ পৰিয়ালটোৱে দাসৰ উন্নত চিকিৎসাৰ বাবে সহায় বিছাৰি চৰকাৰ তথা দল সংগঠনৰ ওচৰত আবেদন জনাইছিল৷এই সম্পৰ্কত সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ হৈছিল৷অৱশেষত আজি জনপ্ৰিয় শিল্পী গৰাকীয়ে ইহলীলা সম্বৰণ কৰে৷তেওঁৰ মৃত্যুৰ বাতৰি পাই ৰাজ্যৰ শিল্পী সমাজৰ লগতে অজস্ৰ গুনমুগ্ধ শোকস্তব্ধ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिले के गुड़ला गांव में आकाशीय बिजली गिरने से एक बच्चे की मौत व एक घायल
कोटा. सांगोद उपखंड क्षेत्र के मंडीता पंचायत के गुडला गांव में शुक्रवार शाम तेज बारिश के दौरान...
शिक्षक दिवस के उपलक्ष पर होगा शिक्षकों का सम्मान
शिक्षक दिवस के अवसर पर जिला एवं ब्लॉक स्तरीय शिक्षक सम्मान समारोह आयोजित किये जायेंगे। शिक्षा...
মিছা বিবাহৰ অধীনত যৌন সম্পৰ্ক ৰখাটোৱে প্ৰস্তাৱিত আইনৰ অধীনত অপৰাধ বুলি প্ৰতিশ্ৰুতি দিয়ে: অমিত শ্বাহ
শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিবাহ, পদোন্নতি আৰু কৰ্মসংস্থাপনৰ ভুৱা...
10 સપ્ટેમ્બર સુધી ગાંધીનગર વરેઠા-ગાંધીનગર કેપિટલ મેમુ સ્પેશિયલ રદ્દ રહેશે
અમદાવાદ મંડળના મહેસાણા-વિસનગર સેક્શનની ડીએફસીસી લાઇનને જગુદણ-મહેસાણા-વરેઠા સેક્શન પરના જગુદણ...
Virat Kohli Bowling Wickets in ODI Cricket: विराट कोहली ने वनडे में चटकाए ये विकेट | World Cup 2023
Virat Kohli Bowling Wickets in ODI Cricket: विराट कोहली ने वनडे में चटकाए ये विकेट | World Cup 2023