ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত তিলৈ গ্ৰাম্যবজাৰৰ প্ৰেক্ষাগৃহত আজিৰ পৰা আৰম্ভহ'ল গ্ৰীষ্ম কালীন সাংস্কৃতিক প্ৰশিক্ষণ শিবিৰ।উক্ত অনুষ্ঠা নত উপস্থিত হয় মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ। মৰাণ ৰাজহ চক্ৰ বিষয়া ড°সংগীতা শৰ্মা।খোৱাং মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰখোৱাং মণ্ডলৰ সভাপতি ক্ষীৰোদ দুৱৰা, কে প্ৰমুখ্য কৰি গণ্যমান্যলোক উপস্থি ত থাকে। অসম চৰকাৰৰ।দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আয়োজিত গ্ৰীষ্মকালীন সাংস্কৃতিক শিবিৰৰ আজিৰ পৰা আৰম্ভনী কৰা।হ'ল।
মৰাণ তিলৈ গ্ৰাম্য বজাৰত আজিৰ পৰা আৰম্ভ গ্ৰীষ্মকালীন সাংস্কৃতিক প্ৰশিক্ষণ শিবিৰ। বিধায়ক।চক্ৰধৰ গগৈৰ অংশ গ্ৰহন।
