ইৰাণে ইউৰেনিয়াম সমৃদ্ধ কৰিবলৈ "শ শ" নতুন আৰু উন্নত IR6 আৰু IR1 চেণ্ট্ৰিফিউজ সক্ৰিয় কৰিছে বুলি সোমাবাৰে ঘোষণা কৰে ইৰাণৰ পাৰমাণৱিক শক্তি সংস্থাৰ মুখপাত্ৰই।