মাজুলীত ভুৱা সংখ্যালঘু ছাত্ৰছাত্ৰীয়ে লাভ কৰিছে ছাত্ৰ জলপানি . চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰতিক্ৰিয়া ৷ মাজুলীৰ ছখন উন্নত বিদ্যালয়ৰ নামত ১৪১ জন ছাত্ৰই সৰকালে ছাত্ৰ জলপানি ৷ উচিত তদন্তৰ দাবী ৷