আজিৰ খবৰ, গুৱাহাটী , ৯ আগষ্ট, ২০২২ : অসম চৰকাৰৰ কৃষি বিভাগৰ এপাৰ্ট প্ৰকল্পৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্রান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপ চৌহদত ৫ আৰু ৬ আগষ্টত কৃষিকার্যত যান্ত্ৰিকীকৰণ বিষয়ক এক দুদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰ উদ্বোধন কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আই.চি.এ.আৰ সঞ্চালক ড০ ৰাজেশ কুমাৰ। শিবিৰত বিভিন্ন অঞ্চলৰ নিৰ্বাচিত ১৮ জন কৃষকে ভাগ লয় । শিবিৰত সমল ব্যক্তি হিচাপে এপাৰ্ট প্ৰকল্পৰ সহযোগী ড০ মুনমী বৰা, আই.চি.আৰ.আৰ.আইৰ বিশেষজ্ঞ ড০ ৰোহিত নামদেওৱে ভাগ লৈ কম্বাইন হাৰ্ভেষ্টাৰ আৰু ৰিপাৰৰ বিষয়ে বিষদভাৱে ব্যাখ্যা আগবঢ়াই আৰু ইয়াৰ দ্বাৰা কৃষক সকল কিদৰে উপকৃত হব তাক প্ৰদৰ্শন কৰে । তেনেদৰে কম্বাইন হাৰ্ভেষ্টাৰ আৰু ৰিপাৰৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে এপাৰ্ট প্ৰকল্পৰ সহকাৰী বিষয়া দিবাকৰ মেহদি আৰু কাৰিকৰী সহায়ক অনন্ত গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Animal की opening collection ने पसीने छुड़ाये ! Bollywood | Ranbir Kapoor | Anil Kapoor |
Animal की opening collection ने पसीने छुड़ाये ! Bollywood | Ranbir Kapoor | Anil Kapoor |
Poco के दो नए फोन हुए भारत में लॉन्च, शुरुआती कीमत 7,999 रुपये, धमाकेदार हैं फीचर्स
Poco ने आधिकारिक तौर पर भारतीय बाजार में अपने नए मिड-रेंज और एंट्री-लेवल स्मार्टफोन को पेश किया...
संसद से विजय चौक तक विपक्ष का हल्ला बोल, भाजपा बोली- देश तमाशा देख रहा है.
नई दिल्ली, संसद के बजट सत्र के दूसरे चरण का आज अंतिम दिन है। अंतिम दिन भी विपक्षी दलों ने...
Rahul Gandhi की भविष्यवाणी, कहा- अगले चार विधानसभा चुनावों में हो जाएगा BJP का 'सफाया'
वाशिंगटन, Rahul Gandhi in US अमेरिका दौरे पर गए राहुल गांधी ने आज आगामी चुनावों को लेकर बड़ा बयान...
લ્યો બોલો શિવાજી સર્કલ વિસ્તારમાંથી તસ્કરો બાઈકના મેગવીલ કાઢી ગયા
લ્યો બોલો શિવાજી સર્કલ વિસ્તારમાંથી તસ્કરો બાઈકના મેગવીલ કાઢી ગયા