🔴 ‘হিমন্ত বিশ্ব শৰ্মাই যিমান সাম্প্ৰদায়িক কাম কৰিব, সিমানেই সম্প্ৰতিৰ কাম অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে কৰিব’।

🔴 ‘তুমি যিমানেই হিংসাৰ দোকান খুলিবা সিমানেই আমি মৰমৰ দোকান খুলি দিম, সম্প্ৰিতিৰ দোকান আমি খুলি দিম’।

🔴 কলগাছিয়াত এখন প্ৰতিবাদী সভাত এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ। 

#thevoiceofchariduar #NewsUpdate #HimantaBiswaSarma