🚩৫২১ খন ATMসহ আটক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কেলেংকাৰীৰ অভিযুক্ত।
🚩হাতীগাঁৱৰ পৰা আটক মৰিগাঁৱৰ দিলোৱাৰ হুছেইনক।
🚩প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ নামত প্ৰৱঞ্চনা কৰি আহিছিল বহু লোকক।
🚩মৰিগাঁৱত PMFBY কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিলোৱাৰ হুছেইন।
#thevoiceofchariduar #BreakingNews #assam #NewsUpdate