🔴১৯ সংখ্যক এছিয়ান গেমচত ভাৰতীয় দলত স্থান লাভ অসম কন্যাৰ।দলত স্থান লাভ উইকেট কীপাৰ বেটাৰ উমা চেত্ৰীৰ।BCCIএ আনুষ্ঠানিকভাৱে সদৰি কৰিলে এই তথ্য। 

#thevoiceofchariduar #NewsUpdate #BreakingNews #BCCI #Assam