ৰঙিয়াত সোমবাৰে পঞ্চভূতত বিলীন হ'ল মুক্তিযোদ্ধা কৃষ্ণকান্ত লহকৰৰ নশ্চৰ দেহ ।

ৰঙিয়াৰ ৰাজহুৱা স্মশানত শেষকৃত্য সম্পন্ন প্ৰবীন মুক্তি যোদ্ধা গৰাকিৰ ।

ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় মুক্তিযোদ্ধা জনক ।

ইয়াৰ পূৰ্বে কৃষক ভৱনত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনালে বিভিন্ন দল সংগঠনে ।

সেনা -অৰ্ধসামৰিক বাহিনী আৰু কামৰূপ আৰক্ষীৰ লগতে

কমলপুৰৰ বিধায়ক দিগন্ত কলিতা

উপায়ুক্ত কীৰ্তি জ্বল্লী ,আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়েও নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।