নলবাৰী জিলাৰ অতিপাত ব্যস্ত আৰু গুৰুত্বপূৰ্ণ পথ হৈছে ঘগ্ৰাপাৰ দামোদৰধাম বিজুলীঘাট পথ৷বৰ্তমান উক্ত পথৰ দাতিতে ৰাইজৰ আকাংক্ষিত নলবাৰী মেডিকেল কলেজখন প্ৰতিষ্ঠা হৈছে৷উক্ত মেডিকেল কলেজৰ লগতে উল্লেখিত পথটোও নতুনকৈ নিৰ্মাণ কৰিছে৷সেয়েহে বৰ্তমান পথটো ৰাইজৰ মাজত নলবাৰী মেডিকেল কলেজ পথ হিচাবে জনজাত হৈ পৰিছে৷কিন্তু দুৰ্ভাগ্যজনক কথা যে পথটো নিৰ্মাণৰ দায়িত্ব প্ৰাপ্ত নিৰ্মাণকাৰী সংস্থাটোৰ গুৰুত্ব হীন কামৰ বাবে পথটো নিৰ্মাণৰ এটা বছৰ সম্পূৰ্ণ নোহোৱাতে ঠায়ে ঠায়ে হোৱা গাত সমূহে পথচাৰীক বিপদত পেলাব পাৰে৷সম্প্ৰতি উক্ত পথৰ পাণ্ডুলা চকৰ ওচৰতে একেলগে দুটাকৈ প্ৰকাণ্ড গাত হোৱাত পথচাৰী বিপদত পৰা সম্ভাৱনাৰ আশংকা কৰিছে ৰাইজে৷উল্লেখ্য যে পূৰ্বতে উক্ত ঠাইত এটা গাত হৈছিল যদিও সেইটো মাৰি দিয়াৰ পিচত পূনৰাই উক্ত ঠাইৰ লগতে ওচৰতে আকৌ এটা প্ৰকাণ্ড গাত হোৱাত যানবাহন চলাচলত অসুবিধা হৈছে৷ৰাইজে পথটোৰ গুৰুত্ব বুজি শিঘ্ৰ গাত কেইটা মেৰামতি কৰাৰ দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mumbai में सफाई अभियान में शामिल RajKumar Rao ने PM मोदी ने क्या कहा ? | Swaksh Bharat Abhiyan
Mumbai में सफाई अभियान में शामिल RajKumar Rao ने PM मोदी ने क्या कहा ? | Swaksh Bharat Abhiyan
માળીયા હાટીના તાલુકા ના ગામડામાં ગઠિયાઓ નું કારસ્તાન 6 ગ્રામ સોનુ ઓગાળી ને લઈ ગયા
ચોરો અને ગાંઠિયાઓ પોતાનો હાથ અજમાવવા માટે રોજ નવી નવી તરીકબ અજમાવતા હોય છે અને ચોરો ના આ નવા...
સુરત વરાછા રોડ વિસ્તાર રઝાનગર ખાતે યુવકે ફાંસો ખાઈ જીવન ટુંકાવ્યું
રઝાનગર ખાતે રહેતા હબીબ અહેમદ શેખ(62)પેરાલીસીસની બીમારીથી પીડાતા હતા અને 15 દિવસ પહેલા જ તેમને...