শিৱসাগৰৰ জিলাৰ পশ্চিম বকতাত বানৰ সংহাৰী ৰূপ ৷ দিচাং আৰু দিৰৈ নদীৰ ওভতনি পানীয়ে মহাসাগৰলৈ পৰিণত কৰিছে পশ্চিম বকতা বহুকেইখন গাওঁ। দিশহাৰা ৰাইজৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধি তথা চৰকাৰী বিষয়া কৰ্মচাৰীৰ ৷ বৃহত্তৰ পশ্চিম বকতাৰ প্ৰায় ২০ খনতকৈ অধিক গাওঁ বৰ্তমান বানপানীৰ কৱলত। বহুকেইখন গাঁৱৰ সংযোগী পথৰ ওপৰেদি বাগৰিছে পানী , খেতিপথাৰ জলমগ্ন । বিশেষভাৱে বানত অঞ্চলটোৰ বাট-পথসমূহ বুৰ যোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজ সমস্যাৰ সন্মুখীন হৈছে। আনহাতে কৃষক ৰাইজৰ শালি খেতিৰ কঠীয়া বানত বুৰ যোৱাৰ ফলত নষ্ট হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে। বৰষুণৰ বাবে নদীৰ বাঢ়নী পানীৰ প্ৰভাৱ বৃদ্ধি পোৱাত পশ্চিম বকতাৰ অধিক গাঁও বানত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। বানাক্ৰান্তৰ খৱৰ লবলৈ নাই কোনো বিভাগীয় বিষয়া কৰ্মচাৰী নাই কোনো মন্ত্ৰী বিধায়ক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Uttarkashi में नया जोखिम, मलबा गिरने के खतरे और बारिश की आशंका! | Tunnel Rescue News
Breaking News: Uttarkashi में नया जोखिम, मलबा गिरने के खतरे और बारिश की आशंका! | Tunnel Rescue News
तंत्र-मंत्र के डर से चोरी हुआ सोना लौट आया:ओटीएस में महिला अधिकारी के घर से 50 तोला गोल्ड हुआ था गायब
जयपुर स्थित ऑफिसर्स ट्रेनिंग स्कूल (ओटीएस) में पब्लिकेशन ऑफिसर के घर से 15 दिन पहले 50 तोला सोना...
গন মাৰ্গ পৰটেল চেনেলৰ শুভ উদ্বোধন কলাইগাঁৱত
কলাই গাঁও কেন্দুকলাই ভৱনত গন মাৰ্গ পৰটেল চেনেলৰ আজি শুভ উদ্বোধন কৰে।
Israel Palestine Conflict:हमास बस मोहरा, चीन ने किया हमला, चीनी एनालिस्ट ने ही ड्रैगन को किया बेनकाब
Israel Palestine Conflict:हमास बस मोहरा, चीन ने किया हमला, चीनी एनालिस्ट ने ही ड्रैगन को किया बेनकाब