তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা লখিমপুৰৰ সন্তান চয়ন দত্ত।মহাকাশ বিভাগৰ ইউ আৰ ৰাও ছেটেলাইট চেন্টাৰত বিজ্ঞানী তথা অভিযন্তা হিচাপে কৰ্মৰত চয়ন দত্ত।১৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা বিয়লি ২.৩৪ বজাত প্ৰেৰণ কৰা হ’ব চন্দ্ৰযান-৩।