অন কেমেৰা ঠিকাদাৰ আৰু কাম কৰা মিষ্ট্ৰিক ধমক বিধায়ক চক্ৰধৰ গগৈৰ । বিসংগতিপূৰ্ণ পকী বেৰা ভাঙি পেলোৱাৰ নিৰ্দেশ বিধায়কগৰাকীৰ । মৰাণৰ কৃষি বীজ পাম নিগমৰ ভূমিত প্ৰায় কোটি টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য চলি আছে জিলা কৃষি বিষয়া কাৰ্যালয়ৰ । বুধবাৰে বিধায়ক চক্ৰধৰ গগৈয়ে হঠাৎ নিৰ্মীয়মান কাৰ্যালয়ত উপস্থিত হৈ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ সময়ছোৱাত কাৰ্যালয়টোৰ কিছু অংশ আঁসোৱাহপূৰ্ণ ভাৱে নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰি খং উঠে বিধায়কগৰাকীৰ । লগে লগে কাম কৰি থকা মিষ্ট্ৰিক আঁসোৱাহপূৰ্ণ অংশ ভাঙি পেলাই পুনৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে । ইঞ্জিনিয়াৰক ফোন যোগেৰে অৱগত কৰাৰ লগতে কাম চাই যাবলৈ কয় বিধায়কগৰাকীয়ে । ইফালে বিধায়কগৰাকীৰ সন্মূখতে আঁসোৱাহপূৰ্ণ কিছু অংশ ভাঙি পেলালে কাম কৰা মিষ্ট্ৰীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राष्ट्रीय स्वैच्छिक रक्तदान दिवस के उपलक्ष्य में होंगे सप्ताहभर कई कार्यक्रम व प्रतियोगिताएं
स्वैच्छिक रक्तदान को लेकर लोगों में जागरुकता आए, भ्रांतियां दूर हो और नई सकारात्मक नीतियां सरकार...
સિવિલ હોસ્પિટલ અમદાવાદ ખાતે ગત અઠવાડિયે બાળરોગ સર્જરી વિભાગ દ્વારા ૧૫મો વાર્ષિક 'બ્લેડર એક્સસ્ટ્રોફી
સિવિલ હોસ્પિટલ અમદાવાદ ખાતે ગત અઠવાડિયે બાળરોગ સર્જરી વિભાગ દ્વારા ૧૫મો વાર્ષિક 'બ્લેડર એક્સસ્ટ્રોફી
2024 Tata Altroz Racer को लॉन्च से पहले किया गया स्पॉट, बड़े टचस्क्रीन सहित इन खूबियों के साथ कर सकती है एंट्री
2024 Tata Altroz Racer हालिया परिक्षण से संकेत मिलता है कि आगामी गाड़ी में बाहरी तौर पर बदलाव...
AHMEDABAD : વ્યાજ ખોરી ડ્રાઇવ police ની બાજ નજર, જાણો ક્યા ક્યા કેટલા કેસ અને કેટલી ફરિયાદ નોધાઇ,
AHMEDABAD : વ્યાજ ખોરી ડ્રાઇવ police ની બાજ નજર, જાણો ક્યા ક્યા કેટલા કેસ અને કેટલી ફરિયાદ નોધાઇ,