দিন দুপৰতে আৰক্ষী চকীত চোৰৰ চাফাই অভিযান।নগৰবেৰা নদী আৰক্ষী চকীত দুই সাহসী চোৰৰ অভিযান। দিন দুপৰতে আৰক্ষী চকীত চোৰৰ চাফাই অভিযান।ৰাইজে ধৰি লক্আপৰ ভিতৰত সোমাই থলে শিমলীতোলাৰ চাদ্দাম হুছেইন আৰু চহিদুল শ্বেখক।

#thevoiceofchariduar #NewsUpdate #TVCUpdate