মাননীয় মুখ্যমন্ত্ৰী ড০ হিমান্ত বিশ্ব শৰ্মাদেৱৰ আহ্বানৰ প্ৰতি সহাৰি জনাই "প্ৰতিষ্ঠানিক বৃক্ষৰোপন" কাৰ্যসূচীৰ অংশ হিচাপে আজি অসম উদ্যোগিক উন্নয়ণ নিগম (এআইডিচি) চৌহদত অনুষ্ঠিত হোৱা বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। মুখ্যমন্ত্ৰীৰ মহোদয়ৰ "প্ৰতিষ্ঠানিক বৃক্ষৰোপন" কাৰ্যসূচীৰ অধীনত ৬৫০০ গছপুলি ৰোপনৰ ব্যৱস্থা কৰা হৈছে । মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপে পৰিবেশৰ বাতাৱৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত নিশ্চিত ভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই কার্যসূচীত আমাৰ সৈতে উপস্থিত থাকে এআইডিচিৰ অধ্যক্ষ তথা সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন , উপাধ্যক্ষ নৱদ্বীপ কলিতা ,এআইডিচিৰ পৰিচালন সঞ্চালক মানৱেন্দ্ৰ প্রতাপ সিং ডাঙৰীয়া, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম শৰণকুমাৰ সিং ডাঙৰীয়াৰ লগতে বিষয়া কৰ্মচাৰী সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা কেন্দুগুৰি শিলগোঁসাই সাৰ্বজনীন দৌল মন্দিৰ ত দুই দিনীয়া দৌলযাত্ৰা উৎসৱ।
ৰহা সৰাগাঁও কেন্দুগুৰি শিলগোঁসাই সাৰ্বজনীন দৌলযাত্ৰা উৎসৱ আৰু পশ্চিম শালমাৰা, পূব সৰাগাঁও,ববৰাআটি...
Breaking News: मुंबई में IAS दंपत्ति की बेटी ने छत से कूदकर की आत्महत्या | Aaj Tak Latest Hindi News
Breaking News: मुंबई में IAS दंपत्ति की बेटी ने छत से कूदकर की आत्महत्या | Aaj Tak Latest Hindi News
स्टूडेंट ने फंदा लगाकर किया सुसाइड:मेडिकल की कर रहा था तैयारी, शव को पोस्टमॉर्टम रूम में रखवाया
कोटा के दादाबाड़ी थाना इलाके में एक स्टूडेंट ने फंदा लगाकर सुसाइड कर लिया। कारणों का फिलहाल कुछ...
राज्यतिल शेतकऱ्यांना ४४हजार कोटींची रुपयांची मदत
मुख्यमंत्री म्हणतात राज्यातील शेतकऱ्यांना ४४ हजार कोटी रुपयांची मदत...