মাননীয় মুখ্যমন্ত্ৰী ড০ হিমান্ত বিশ্ব শৰ্মাদেৱৰ আহ্বানৰ প্ৰতি সহাৰি জনাই "প্ৰতিষ্ঠানিক বৃক্ষৰোপন" কাৰ্যসূচীৰ অংশ হিচাপে আজি অসম উদ্যোগিক উন্নয়ণ নিগম (এআইডিচি) চৌহদত অনুষ্ঠিত হোৱা বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। মুখ্যমন্ত্ৰীৰ মহোদয়ৰ "প্ৰতিষ্ঠানিক বৃক্ষৰোপন" কাৰ্যসূচীৰ অধীনত ৬৫০০ গছপুলি ৰোপনৰ ব্যৱস্থা কৰা হৈছে । মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপে পৰিবেশৰ বাতাৱৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত নিশ্চিত ভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই কার্যসূচীত আমাৰ সৈতে উপস্থিত থাকে এআইডিচিৰ অধ্যক্ষ তথা সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন , উপাধ্যক্ষ নৱদ্বীপ কলিতা ,এআইডিচিৰ পৰিচালন সঞ্চালক মানৱেন্দ্ৰ প্রতাপ সিং ডাঙৰীয়া, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম শৰণকুমাৰ সিং ডাঙৰীয়াৰ লগতে বিষয়া কৰ্মচাৰী সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM મોદી ઇન્ટરનેશનલ બુલિયન એક્સચેન્જનું લોકાર્પણ કરશે
વડાપ્રધાન નરેન્દ્ર મોદી આજે 29 જુલાઈ, 2022ના રોજ ગિફ્ટ-IFSCની મુલાકાત લઈ ઇન્ડિયા ઇન્ટરનેશનલ...
વલ્લી પ્રાથમિક શાળામાં વિશ્વ ચકલી દિવસની ઉજવણી
તારાપુર તાલુકાના વલ્લી ગામની પ્રાથમિક શાળામાં વિશ્વ ચકલી દિવસની ઉજવણીના ભાગરૂપે...
Poco X6 Pro 5G: 67W टर्बो चार्जिंग और 64MP ट्रिपल कैमरा वाला फोन मिलेगा सस्ता, कल होगी पहली सेल
पोको ने अपने ग्राहकों के लिए हाल ही में Poco X6 Series लॉन्च की है। इस सीरीज में कंपनी ने Poco X6...
হঠাৎ সৃষ্টি হোৱা গাঁতক লৈ চাঞ্চল্য। গাঁতত পৰিল শিশু, আৰক্ষীৰ অনুসন্ধান অব্যাহত।
হঠাৎ সৃষ্টি হোৱা গাঁতক লৈ চাঞ্চল্য। গাঁতত পৰিল শিশু, আৰক্ষীৰ অনুসন্ধান অব্যাহত।