🔴চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰে ব্ৰাউন চুগাৰ সহ চাৰিজনক। 

🔴আকটাধীন যুৱককেইজন জেনচন পাম'চ ,লাহম টাচি,টেনজিং দৰ্জি,কমল ছেত্ৰী । 

🔴 ইয়াৰে চাৰিজনৰ ঘৰ অৰুনাচল প্ৰদেশত আৰু আনজনৰ ঘৰ ৰঙাপৰাত বুলি আৰক্ষী সুত্ৰত প্ৰকাশ

🔴 জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ মুল্য প্ৰায় একলাখ টকা হব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

#thevoiceofchariduar #NewsUpdate #Sonitpur #Chariduarpolice