গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান। আজি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিৰাংগনা সতী সাধনী কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুৰক্ষাতিৰে উৰ্ত্তীন হোৱা জিলা খনৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক ছাত্ৰ ছাত্ৰী লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানৰ আঁত ধৰে সম্পাদক প্ৰিঞ্চ দলে। অভিনন্দন অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যশাচি মহন্ত। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অভিবৰ্তন গোস্বামী, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, সন্মিলিত মটৰ পৰিবহণ সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱা, আদিকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অভিনন্দন অনুষ্ঠানৰ আৰম্ভণিতে জিলা উপায়ুক্ত পি উদয় প্ৰবীণ আৰু ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক মতবিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાહોદ બિલ્ડીંગ માં કામ કરતો મજૂર સાતમા માલ ઉપર થી પટકાતાં ગંભીર ઇજાગ્રસ્ત
દાહોદ બિલ્ડીંગ માં કામ કરતો મજૂર સાતમા માલ ઉપર થી પટકાતાં ગંભીર ઇજાગ્રસ્ત
খোৱাং চাৰি আলি ৰাজহুৱা।প্ৰেক্ষাগৃহত বিজেপি লৰুৱা মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহক সভা , অংশ ল'লে ডিব্ৰুগড় উন্নয়ণ প্ৰাধিকৰণৰ অধ্যক্ষই।
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত তথা মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত...
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নিজৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে
কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নিজৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলে প্ৰাক্তন মন্ত্ৰী শৰৎ...
જસદણ પાટીદાર શૈક્ષણિક ભવન ખાતે ખોડલધામ પ્રમુખ નરેશ પટેલે અમિત શાહ ને મળવા અંગેનો ખુલાસો
જસદણ પાટીદાર શૈક્ષણિક ભવન ખાતે ખોડલધામ પ્રમુખ નરેશ પટેલે અમિત શાહ ને મળવા અંગેનો ખુલાસો
Seema Haider ने लगाए Pakistan मुर्दाबाद के नारे और कहा 'हिंदुस्तान जिंदाबाद'। Independence Day 2023
Seema Haider ने लगाए Pakistan मुर्दाबाद के नारे और कहा 'हिंदुस्तान जिंदाबाद'। Independence Day 2023