গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান। আজি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিৰাংগনা সতী সাধনী কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুৰক্ষাতিৰে উৰ্ত্তীন হোৱা জিলা খনৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক ছাত্ৰ ছাত্ৰী লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানৰ আঁত ধৰে সম্পাদক প্ৰিঞ্চ দলে। অভিনন্দন অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যশাচি মহন্ত। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অভিবৰ্তন গোস্বামী, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, সন্মিলিত মটৰ পৰিবহণ সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱা, আদিকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অভিনন্দন অনুষ্ঠানৰ আৰম্ভণিতে জিলা উপায়ুক্ত পি উদয় প্ৰবীণ আৰু ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক মতবিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কামপুৰস্থ নগাঁও সমবায় চেনিকলত আৰক্ষীৰ অভিযান
কামপুৰস্থ নগাঁও সমবায় চেনিকলত আৰক্ষীৰ অভিযান
रत्नागिरी मध्ये ईद-ए-मिलाद रॅली उत्साहात
रत्नागिरी मध्ये ईद-ए-मिलाद रॅली उत्साहात
रत्नागिरी : तालुक्यात ईद-ए-मिलाद साठी रॅली...
कांग्रेस की तारीफ, केजरीवाल की खिंचाई... अमित शाह बोले- बंगले का भ्रष्टाचार छिपाना चाहती है AAP
नई दिल्ली, राष्ट्रीय राजधानी क्षेत्र दिल्ली सरकार (संशोधन) विधेयक, 2023 पर आज लोकसभा में...
जयपुर विद्युत वितरण निगम लिमिटेड अधीक्षण अभियंता ने किया ओधोगिक क्षेत्र का दौरा, बिजली सम्बधित समस्याओं के समाधान के दिए निर्देश
रामगंजमंडी: जयपुर विद्युत वितरण निगम लिमिटेड के अधीक्षण अभियंता जांगिड़ ने मंगलवार को औद्योगिक...