দেশৰ দিল্লী , কলিকতা ,কেৰেলা , পাঞ্জাব আদিকে ধৰি বিদেশতো সত্ৰীয়া নৃত্যগীতৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত উৰে জীৱন উৎসগা কৰা বসন্ত গায়নৰ বিয়োগত সত্ৰীবাসী দুখত ম্যয়মান হৈ পৰা দৃষ্টিগোচৰ হয় । সকলোৱে একমুখে তেৰাৰ সদগতি কামনা কৰে ৷ আজি সত্ৰাধিকাৰ সহিত শুভাকাংক্ষী আৰু ভকত বৈষ্ণৱ সকলে গায়ন দেৱৰ সৎকাৰ কৰে ৷