সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা নিৰ্মিত বাম-ৰজাবাৰী জিৰণি চৰা দেওবাৰে ৰাইজৰ বাবে মুকলি কৰা হয । অনুষ্ঠানত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা শিক্ষক অৰূপ সোণোৱাল, সমাজ কৰ্মী বুদ্ধেশ্বৰ কছাৰী, বুথ সভাপতি ক্ৰমে তুখেশ্বৰ ডেকাবৰুৱা, জীৱন ডেকাবৰুৱা, বুদ্ধেশ্বৰ হাজৰিকা, সোণোৱাল কছাৰী নাৰী সন্থাৰ কৰ্মী স্বৰ্ণ সোনোৱাল,বীণা হাজৰিকা, ITDP সদস্য বলেন ডেকাবৰুৱা, স্থানীয় যুৱক নলিন শ ইকীয়া,প্ৰশান্ত হাজৰীকা,তপন বড়া,জিতুল কছাৰীৰ লগতে গোটৰ সদস্যাসকল উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lucknow के Akbarnagar में अवैध निर्माण पर चला बुलडोजर, ऐसा दिखा तबाही का मंजर!
Lucknow के Akbarnagar में अवैध निर्माण पर चला बुलडोजर, ऐसा दिखा तबाही का मंजर!
সুচাৰুৰূপে সম্পন্ন হ’ল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ
সুচাৰুৰূপে সম্পন্ন হ’ল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা
পোন প্ৰথম বাৰৰ বাবে ৰাজ্যখনত তৃতীয় আৰু...
শিক্ষাবিভাগৰ নতুন জাননী
🔴সন্দিকৈ কলেজ, শিৱসাগৰ কলেজ, জে বি কলেজ যোৰহাট ,নগাঁও কলেজ, কোকৰাঝাৰ চৰকাৰী কলেজ, বঙাইগাও কলেজ,...
অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিনা বিধায়ক মনোৰঞ্জন তালুকদাৰ | ManuranjanTalukdar
অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিনা বিধায়ক মনোৰঞ্জন তালুকদাৰ | ManuranjanTalukdar
राजस्थान कांग्रेस में बड़ा बदलाव, डोटासरा ने ब्लॉक और मंडल कांग्रेस कमेटी को किया भंग
राजस्थान में पांच विधानसभा सीटों पर होने वाले उपचुनाव से पहले कांग्रेस में बड़ा बदलाव हुआ है....